প্ৰয়াগৰাজত মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে। তেওঁ মন্তব্য কৰে যে মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰে।

 

|

‘এক্স’-ৰ এলানি পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:


"মই সিদ্ধান্ত লৈছিলো যে প্ৰয়াগৰাজত মহাকুম্ভৰ পিছত মই সোমনাথলৈ যাম, ১২ টা জ্যোতিৰ্লিংগৰ প্ৰথমটো আছে এই সোমনাথত।


আজি সোমনাথ মন্দিৰত প্ৰাৰ্থনা কৰি মই ধন্য অনুভৱ কৰিছোঁ। মই প্ৰতিগৰাকী ভাৰতীয়ৰ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰি আহিছে।"

 

|

"প্ৰয়াগৰাজত একতাৰ মহাকুম্ভ কোটি কোটি দেশবাসীৰ প্ৰচেষ্টাৰে সামৰণি পৰিল। এজন সেৱকৰ হিচাপে মই মোৰ হৃদয়ত এটা শপত লৈছিলোঁ যে মহাকুম্ভৰ পিছত মই বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথমটো জ্যোতিৰ্লিঙ্গ শ্ৰী সোমনাথৰ উপাসনা কৰিম।


আজি সোমনাথ দাদাৰ কৃপাত সেই সংকল্প পূৰণ হৈছে। সকলো দেশবাসীৰ হৈ মই ঐক্যৰ মহাকুম্ভৰ সফল সিদ্ধি শ্ৰী সোমনাথ ভগৱানৰ চৰণত উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত মই প্ৰতিগৰাকী দেশবাসীৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনাইছিলো। ”

 

  • Pratap Gora May 21, 2025

    Jai ho
  • Jitendra Kumar May 05, 2025

    🇮🇳🇮🇳🙏
  • Naresh Telu May 03, 2025

    jai jai bjp🚩
  • Chetan kumar April 29, 2025

    हर हर मोदी
  • Anjni Nishad April 23, 2025

    जय श्री राम🙏🏻🚩
  • Bhupat Jariya April 17, 2025

    Jay shree ram
  • Dhara Joshi April 15, 2025

    jay somnath
  • jitendra singh yadav April 13, 2025

    जय श्री राम
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha April 11, 2025

    namo namo
  • Ratnesh Pandey April 10, 2025

    🇮🇳जय हिन्द 🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s urban boom an oppurtunity to build sustainable cities: Former housing secretary

Media Coverage

India’s urban boom an oppurtunity to build sustainable cities: Former housing secretary
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুলাই 2025
July 13, 2025

From Spiritual Revival to Tech Independence India’s Transformation Under PM Modi