প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনৰ প্ৰসিদ্ধ এবে ৰোড ষ্টুডিঅ’ত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিবলৈ ১০০ জনীয়া ব্ৰিটিছ অৰ্কেষ্ট্ৰা, দ্য ৰয়েল ফিলহাৰমনিক অৰ্কেষ্ট্ৰা পৰিচালনাৰ বাবে ভাৰতীয় সুৰকাৰ তথা গ্ৰেমী বঁটা বিজয়ী ৰিকি কেজৰ শলাগ লয়।
ৰিকি কেজৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"সুন্দৰ। এই কাৰ্য্যই নিশ্চিতভাৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিব।“
Wonderful. It will certainly make every Indian proud. https://t.co/IDQZdCFpdQ
— Narendra Modi (@narendramodi) August 14, 2023