ইজিপ্ত ছোৱালী কৰিমানে ভাৰতৰ ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ সময়ত পৰিৱেশন কৰা দেশপ্ৰেমমূলক গীত "দেশ ৰংগীলা"ৰ পৰিবেশনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ লগতে কণ্ঠশিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
"ইজিপ্তৰ পৰা অহা কৰিমানৰ এই পৰিবেশন অতি সুৰীয়া! এই প্ৰচেষ্টাৰ বাবে মই তেওঁক অভিনন্দন জনাইছো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।"
This rendition by Kariman from Egypt is melodious! I congratulate her for this effort and wish her the very best for her future endeavours. https://t.co/I1mbVZuG8c
— Narendra Modi (@narendramodi) January 29, 2024
A young Egyptian girl Kariman presented a patriotic song "Desh Rangeela" during 75th #RepublicDay celebrations at 'India House'. Her melodious singing and correct intonation impressed the large gathering of Indians and Egyptians. @MEAIndia @IndianDiplomacy @MinOfCultureGoI pic.twitter.com/7mQiZY4Q77
— India in Egypt (@indembcairo) January 28, 2024