প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ পৰীক্ষা পে চৰ্চাক লৈ আম্বালা কেণ্টৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰী ঈশিতাই অংকন কৰাপেইণ্টিঙক ভূয়সীপ্ৰশংসা কৰে।
কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,"খুব সুন্দৰ! ছবিৰ জৰিয়তে তুমি পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলৰ দৈনন্দিন ৰুটিনৰ উৎকৃষ্ট উপস্থাপন দাঙি ধৰিছা।"
#PPC2023: केन्द्रीय विद्यालय क्रं. 4 अम्बाला छावनी में कक्षा 9 की विद्यार्थी कु. इशिता ने परीक्षाओं को लेकर अपने विचारों में कुछ इस तरह रंग भरें हैं।#ExamWarriors
— Kendriya Vidyalaya Sangathan (@KVS_HQ) January 6, 2023
परीक्षा पे चर्चा : 27 जनवरी 2023#ParikshaPeCharcha2023 pic.twitter.com/jfosxlNT1X