প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ৰ নাতিনীগৰাকীক সুন্দৰকৈ কবিতা আবৃত্তি কৰাৰ বাবে প্ৰশংসা কৰে।
ৰাজ্যপালগৰাকীয়ে ‘এক্স’-ত দিয়া এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
"সৃষ্টিশীল আৰু আকৰ্ষণীয় হৈছে। তেওঁৰ শব্দোচ্চাৰণো নিতান্তই হৃদয়স্পৰ্শী হৈছে।"
My grand daughter Jashodhara reciting a poem in praise of Hon'ble Prime Minister Shri @narendramodi ji. pic.twitter.com/PXQL3KiBmE
— Bandaru Dattatreya (@Dattatreya) December 9, 2023