প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানত থকা ভাৰতীয় দূতাবাসত পৰিবেশন কৰা গণৰাজ্য দিৱসৰ যৌথ ভাৰত-ওমান সংগীত পৰিবেশনক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"অতি সৃষ্টিশীল প্ৰদৰ্শন। এই প্ৰচেষ্টাৰ অংশ হোৱা সকলোকে মই শলাগ লৈছো।"
Very creative. I appreciate all those who were a part of this effort. https://t.co/6lHBrJOtbU
— Narendra Modi (@narendramodi) January 30, 2024