প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ ডোংগৰগড়ত ‘মা বমলেশ্বৰী’ৰ পূজা সম্পন্ন কৰে আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ সুখ আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে।
‘এক্স’ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"ছত্তীশগড়ৰ ডোংগৰগড়ত ‘মা বমলেশ্বৰী’ৰ ঐশ্বৰিক দৰ্শন আৰু উপাসনাই মনটোক যথেষ্ট সন্তুষ্টি প্ৰদান কৰিছে। তেওঁৰ পৰা ৰাজ্যখনৰ মোৰ পৰিয়ালৰ সদস্যসকলৰ সুখ আৰু সমৃদ্ধি কামনা কৰিছোঁ।"
छत्तीसगढ़ के डोंगरगढ़ में मां बम्लेश्वरी के दिव्य दर्शन और पूजन से मन को बहुत संतोष हुआ है। उनसे राज्य के अपने परिवारजनों की सुख-समृद्धि की कामना की। pic.twitter.com/M6hnxaVXS8
— Narendra Modi (@narendramodi) November 5, 2023