প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনা মা কালীৰ আশীৰ্বাদ লৈ আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সাতখিৰাত যশোৰেশ্বৰী কালী শক্তিপীঠত পূজা অৰ্চনা কৰে, যিখন পৌৰাণিক পৰম্পৰাৰ ৫১খন শক্তিপীঠৰ অন্যতম৷ প্ৰধানমন্ত্ৰীয়ে লগতে মা কালীৰ শিৰত ৰূপ আৰু সোণ খচিত হস্তনিৰ্মিত মুকুট স্থাপন কৰে৷ এই মুকুটটো স্থানীয় এগৰাকী খনিকৰে তিনি সপ্তাহত প্ৰস্তুত কৰি উলিয়াইছে৷.

বন্ধুত্বপূৰ্ণ সহায়ৰ হাত হিচাপে প্ৰধানমন্ত্ৰীয়ে মন্দিৰৰ চৌহদত ঘূৰ্ণীবতাহত পীড়িত লোকসকলে আশ্ৰয় ল’ব পৰাকৈ এটা সমূহীয়া ভৱন নিৰ্মাণৰ বাবে অনুদান আগবঢ়াব বুলি ঘোষণা কৰে৷ এই ভৱনটো বাৰ্ষিক কালী পূজা আৰু মন্দিৰৰ মেলাৰ সময়ত ভক্তসকলে ব্যৱহাৰ কৰিব আৰু সকলো ধর্মৰ মানুহে ঘূৰ্ণীবতাৰ সময়ত নিৰাপদ আশ্রয়স্থল হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰিব৷.

 

 

 

 

 





 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 নৱেম্বৰ 2024
November 21, 2024

PM Modi's International Accolades: A Reflection of India's Growing Influence on the World Stage