মুক্তিযুজাৰু বীৰ সাৱৰকাৰৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ত্যাগ আৰু তপস্যাৰ প্ৰতিমূৰ্তি মহান স্বাধীনতা সেনানী বীৰ সাৱাৰকাৰ জীৰ পূণ্য তিথিত তেওঁলৈ প্ৰণিপাত জনাইছো। মাতৃভূমিৰ সেৱাত সমৰ্পিত তেওঁৰ জীৱন দেশবাসীৰ বাবে সদায়ে প্ৰেৰণাৰ ধাৰা হৈ ৰ’ব”।
त्याग और तप की प्रतिमूर्ति महान स्वतंत्रता सेनानी वीर सावरकर जी को उनकी पुण्यतिथि पर सादर नमन। मातृभूमि की सेवा में समर्पित उनका जीवन देशवासियों के लिए हमेशा प्रेरणास्रोत बना रहेगा।
— Narendra Modi (@narendramodi) February 26, 2022