সিদ্ধো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে জনজাতীয় নায়কসকলে ব্ৰিটিছ সাম্ৰাজ্যৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা আত্মসন্মান আৰু বীৰত্বগাঁথা সুঁৱৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেইসকল বীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ‘হুল দিৱস’ হৈছে আমাৰ জনজাতীয় সমাজৰ অতুলনীয় সাহস, সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি সমৰ্পিত এক মহান অনুষ্ঠান।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"হুল দিৱস হৈছে আমাৰ জনজাতীয় সমাজৰ অপ্ৰতীম সাহস, সংগ্ৰাম আৰু ত্যাগৰ প্ৰতি সমৰ্পিত এক মহান অনুষ্ঠান। এই পৱিত্ৰ দিনটোত সিদ্ধো-কানহু, চান্দ-ভৈৰৱ আৰু ফুলো-ঝানোৰ দৰে জনজাতীয় নায়কসকললৈ মোৰ শ্ৰদ্ধাঞ্জলি জাপপন কৰিছো। ব্ৰিটিছ সাম্ৰাজ্যৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকৰ আত্মসন্মান আৰু বীৰত্বৰ কাহিনীবোৰ সদায় দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। ”

 

 

  • Vivek Kumar Gupta September 12, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 12, 2024

    नमो ......................🙏🙏🙏🙏🙏
  • Ankul Hatwal September 12, 2024

    🙏
  • Ankul Hatwal September 12, 2024

    a
  • Ankul Hatwal September 12, 2024

    jay Sri ram
  • Santosh bharti September 07, 2024

    अच्छा प्रयास
  • Santosh bharti September 07, 2024

    अति
  • Pradeep garg September 06, 2024

    जय हो
  • Chowkidar Margang Tapo August 30, 2024

    Bharat mata ki,,.
  • Sandeep Pathak August 23, 2024

    jai shree Ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
‘Infrastructure is govt’s main focus over past decade’: PM Modi in Delhi

Media Coverage

‘Infrastructure is govt’s main focus over past decade’: PM Modi in Delhi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi pays tributes to Sri Guru Gobind Singh Ji on his Prakash Utsav
January 06, 2025

The Prime Minister, Shri Narendra Modi has paid tributes to Sri Guru Gobind Singh Ji on his Prakash Utsav and said that his thoughts will inspire us to build a society that is progressive, prosperous and compassionate.

The Prime Minister posted on X;

“I bow to Sri Guru Gobind Singh Ji on his Prakash Utsav. His thoughts inspire us to build a society that is progressive, prosperous and compassionate.”

“ਮੈਂ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਨੂੰ ਉਨ੍ਹਾਂ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ 'ਤੇ ਨਮਨ ਕਰਦਾ ਹਾਂ। ਉਨ੍ਹਾਂ ਦੇ ਵਿਚਾਰ ਸਾਨੂੰ ਪ੍ਰਗਤੀਸ਼ੀਲ, ਖੁਸ਼ਹਾਲ ਅਤੇ ਦਿਆਲੂ ਸਮਾਜ ਬਣਾਉਣ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਦੇ ਹਨ।”