‘আমি তেওঁৰ বন্ধুত্বপূৰ্ণ ব্যক্তিত্বক স্মৰণ কৰিছোঁ, আমি তেওঁৰ স্নেহময় স্বভাৱক স্মৰণ কৰিছোঁ, আমি তেওঁৰ বুদ্ধিমত্তা আৰু হাস্যৰস স্মৰণ কৰিছোঁ, দেশৰ অগ্ৰগতিত তেওঁৰ অৱদান স্মৰণ কৰিছোঁ।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘আমি তেওঁৰ বন্ধুত্বপূৰ্ণ ব্যক্তিত্বক স্মৰণ কৰিছোঁ, আমি তেওঁৰ স্নেহময় স্বভাৱক স্মৰণ কৰিছোঁ, আমি তেওঁৰ বুদ্ধিমত্তা আৰু হাস্যৰস স্মৰণ কৰিছোঁ, দেশৰ অগ্ৰগতিত তেওঁৰ অৱদান স্মৰণ কৰিছোঁ।

অটলজী আমাৰ দেশৰ নাগৰিকসকলৰ মন আৰু মগজুত জীয়াই আছে। আজি তেখেতৰ পুণ্য তিথিত ‘সদৈৱ অটল’স্থলীলৈ গৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।’

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 নৱেম্বৰ 2024
November 21, 2024

PM Modi's International Accolades: A Reflection of India's Growing Influence on the World Stage