প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ তেওঁলোকৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।
শ্ৰী মোদীয়ে কয় যে দুয়োৱে তেওঁলোকৰ ত্যাগ আৰু সাহসেৰে সমাজক অনুপ্ৰাণিত কৰিছিল আৰু আমাৰ দেশলৈ তেওঁলোকৰ অৱদান অমূল্য।
প্ৰধান মন্ত্ৰীয়ে মন কি বাতৰ পৰা নিৰ্দিষ্ট অংশও উল্লেখ কৰিছে যত তেওঁ সাৱিত্ৰীবাই ফুলে আৰু ৰাণী নাচিয়াৰ সম্পৰ্কে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিছিল।
প্ৰধান মন্ত্ৰীয়ে X ত এনেদৰে পোষ্ট কৰিছে;
" জন্ম দিৱসত সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ শ্ৰদ্ধাঞ্জলি । তেওঁলোক দুয়ো ত্যাগ আৰু সাহসেৰে সমাজক অনুপ্ৰাণিত কৰিছিল। সমাজৰ প্ৰতি তেওঁলোকৰ অৱদান অসামান্য। শেহতীয়া #MannKiBaat ত আমি তেওঁলোকলৈ কেনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ ইয়াত উল্লেখ কৰিলোঁ।"
Tributes to Savitribai Phule and Rani Velu Nachiyar on their Jayanti. Both of them inspired society with their compassion and courage. Their contribution towards our nation is invaluable. Here is how we paid tributes to them during the recent #MannKiBaat. pic.twitter.com/hFfoAbWlqf
— Narendra Modi (@narendramodi) January 3, 2024