প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাৰী শক্তিৰ বীৰত্বৰ প্ৰতীক ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“ভাৰতীয় নাৰী শক্তিৰ বীৰত্বৰ প্ৰতীক ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। বিদেশী শাসনৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ সাহস, সংগ্ৰাম আৰু ত্যাগৰ গাথাই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”
भारतीय नारीशक्ति के पराक्रम की प्रतीक रानी लक्ष्मीबाई को उनकी जन्म-जयंती पर मेरा कोटि-कोटि नमन। विदेशी हुकूमत के अत्याचार के खिलाफ उनके साहस, संघर्ष और बलिदान की गाथा देश की हर पीढ़ी को प्रेरित करती रहेगी।
— Narendra Modi (@narendramodi) November 19, 2023