প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"পণ্ডিত দীনদয়াল উপাধ্যায় মহোদয়ৰ সম্পূৰ্ণ জীৱন সৰ্বজন হিতায়-সৰ্বজন সুখায় নীতিৰ ওপৰত আধাৰিত আছিল। তেওঁৰ একাত্ম মানৱতাবাদৰ দৰ্শন কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বহুতো সমস্যাৰ সমাধান দিবলৈ সক্ষম। তেওঁৰ পূণ্যতিথিত সন্মানপূৰ্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।"
पंडित दीनदयाल उपाध्याय जी का संपूर्ण जीवन सर्वजन हिताय-सर्वजन सुखाय के सिद्धांत पर आधारित रहा। उनका एकात्म मानववाद का दर्शन भारत ही नहीं, बल्कि दुनिया की कई समस्याओं का समाधान देने में सक्षम है। उनकी पुण्यतिथि पर आदरपूर्ण श्रद्धांजलि।
— Narendra Modi (@narendramodi) February 11, 2022