প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে৷
“১৮৯৭ৰ ২৩ জানুৱাৰীত জানকীনাথ বসুৱে তেওঁৰ দিনলিপিত লিখিছিল—মাজনিশা এজন সন্তানৰ জন্ম হ’ল৷ এইজন সন্তানেই পৰৱৰ্তী সময়ত এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামী আৰু চিন্তাবিদ হয়, যিয়ে নিজৰ জীৱনটো ভাৰতৰ স্বাধীনতাৰ বাবে উৎসৰ্গা কৰে৷ মই নেতাজী বসুৰ কথা ক’ব বিচাৰিছো৷ জন্ম জয়ন্তীত তেওঁক আজি আমি গৌৰৱেৰে স্মৰণ কৰিছো৷
নেতাজী সুভাষ চন্দ্ৰ বসুৰ সাহসিকতা আৰু অনবদ্য অৱদানৰ বাবে তেওঁৰ ওচৰত ভাৰতবৰ্ষ সদায় কৃতজ্ঞ হৈ ৰ’ব৷ তেওঁ প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰগতি আৰু কল্যাণৰ হকে কাম কৰিছিল৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷
On 23rd January 1897, Janakinath Bose wrote in his diary, “A son was born at midday.”
— Narendra Modi (@narendramodi) January 23, 2020
This son became a valorous freedom fighter and thinker who devoted his life towards one great cause- India’s freedom.
I refer to Netaji Bose, who we proudly remember on his Jayanti today. pic.twitter.com/wp3UjudKJ4
India will always remain grateful to Netaji Subhas Chandra Bose for his bravery and indelible contribution to resisting colonialism. He stood up for the progress and well-being of his fellow Indians. pic.twitter.com/otUlFanULs
— Narendra Modi (@narendramodi) January 23, 2020