প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰত মাতাৰ এগৰাকী অন্যতম মহান সন্তান, সাহস-সহানুভূতি আৰু সুপ্ৰশাসনৰ প্ৰতীক অসাধাৰণ চত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো৷ তেওঁৰ জীৱন পৰিক্ৰমাই কোটি কোটি জনতাক সদায় অনুপ্ৰাণিত কৰি যাব৷
এগৰাকী সাহসী যোদ্ধা আৰু অসাধাৰণ প্ৰশাসক হিচাপে চত্ৰপতি শিৱাজী মহাৰাজে গভীৰ চাপ এৰি থৈ গৈছে৷ এক শক্তিশালী নৌসেনা গঠনৰ পৰা আৰম্ভ কৰি কেইবাখনো জনকল্যাণমূলক নীতি প্ৰণয়ন কৰালৈ তেওঁ সৰ্বদিশত আছিল অসাধাৰণ৷ অন্যায় আৰু ভয়-ভাবুকিৰ বিৰুদ্ধে তেওঁৰ বিৰোধিতাৰ বাবে চত্ৰপতি শিৱাজী মহাৰাজ সদায় আমাৰ মাজত সজীৱ হৈ থাকিব৷’
Chhatrapati Shivaji Maharaj made a mark as a valorous warrior and an outstanding administrator. From building a strong navy to ushering several pro-people policies, he was outstanding in all spheres. He will always be remembered for his opposition to injustice and intimidation.
— Narendra Modi (@narendramodi) February 19, 2020
महान छत्रपती शिवाजी महाराज यांच्या जयंती दिनी त्यांना नमन!
— Narendra Modi (@narendramodi) February 19, 2020
Bowing to one of the greatest sons of Mother India, the embodiment of courage, compassion and good governance, the exceptional Chhatrapati Shivaji Maharaj on his Jayanti. His life continues to motivate millions. pic.twitter.com/zrnpT5D5oI