প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাপৰিনিৰ্বাণ দিৱসত ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সংসদত বাবাচাহেবক পুষ্পাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।’’
भारत रत्न बाबासाहेब डॉ. भीमराव अम्बेडकर को उनके महापरिनिर्वाण दिवस पर सादर श्रद्धांजलि।
— Narendra Modi (@narendramodi) December 6, 2021
Tributes to Dr. Ambedkar Ji on Mahaparinirvan Diwas. pic.twitter.com/e3ieIbG4Me