প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বীৰছা মুণ্ডাক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভগৱান বীৰছা মুণ্ডা জীলৈ তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ বিদেশী শাসনৰ বিৰুদ্ধে সংগ্ৰামত নিজৰ সকলো ত্যাগ কৰিছিল। জনজাতীয় সমাজৰ উত্থানৰ বাবে তেওঁৰ নিষ্ঠা আৰু সেৱা দেশে সদায় মনত ৰাখিব।"
भगवान बिरसा मुंडा जी की पुण्यतिथि पर उन्हें कोटि-कोटि नमन। उन्होंने विदेशी हुकूमत के खिलाफ संघर्ष में अपना सर्वस्व न्योछावर कर दिया। आदिवासी समुदाय के उत्थान के लिए उनके समर्पण और सेवाभाव को कृतज्ञ राष्ट्र सदैव याद रखेगा।
— Narendra Modi (@narendramodi) June 9, 2023