প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰজীলৈ তেখেতৰ জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁৰ কালজয়ী কবিতাসমূহে কেৱল সাহিত্যপ্ৰেমিককেই নহয়, সমগ্ৰ দেশবাসীকেই সদায়ে অনুপ্ৰাণিত কৰিব।
राष्ट्रकवि रामधारी सिंह दिनकर जी को उनकी जयंती पर विनम्र श्रद्धांजलि। उनकी कालजयी कविताएं साहित्यप्रेमियों को ही नहीं, बल्कि समस्त देशवासियों को निरंतर प्रेरित करती रहेंगी।
— Narendra Modi (@narendramodi) September 23, 2020