Quoteপ্ৰায় ১.২৫ লাখ কোটি টকাৰ ৩টা অৰ্ধপৰিবাহী সুবিধাৰ আধাৰশিলা স্থাপন
Quote“ভাৰত এক অগ্ৰণী অৰ্ধপৰিবাহী উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব”
Quote“এগৰাকী আত্মবিশ্বাসী যুৱকে দেশৰ ভাগ্য সলনি কৰে”
Quote“ভাৰতৰ দ্ৰুত অগ্ৰগতিয়ে আমাৰ যুৱ শক্তিৰ ওপৰত আস্থা বৃদ্ধি কৰিছে”
Quote“ভাৰতে প্ৰতিশ্ৰুতি দিয়ে, ভাৰতে প্ৰদান কৰে আৰু গণতন্ত্ৰই প্ৰদান কৰে”
Quote“চিপ নিৰ্মাণে ভাৰতক আত্মনিৰ্ভৰশীলতাৰ দিশে, আধুনিকতাৰ দিশে ধাবিত কৰিব”
Quote“চিপ নিৰ্মাণে সীমাহীন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে”
Quote‘ভাৰতৰ যুৱক-যুৱতীসকল সক্ষম আৰু তেওঁলোকক এটা সুযোগৰ প্ৰয়োজন। অৰ্ধপৰিবাহী পদক্ষেপে আজি ভাৰতলৈ সেই সুযোগ কঢ়িয়াই আনিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘ইণ্ডিয়া’জ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজি উদ্বোধন কৰা সুবিধাসমূহ হ’ল-গুজৰাটৰ ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডিএছআইআৰ)ত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা, অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আৰু গুজৰাটৰ সানন্দত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আদি।

এই উপলক্ষে অনুষ্ঠানত আগবঢ়োৱাত ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই ঐতিহাসিক অনুষ্ঠানটো ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ, কিয়নো গুজৰাটৰ ঢোলেৰা আৰু সদানন্দ আৰু অসমৰ মৰিগাঁৱত প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা বৃহৎ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “আজিৰ প্ৰকল্পসমূহে ভাৰতক অৰ্ধপৰিবাহী হাব হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক মূল পদক্ষেপসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ টাইৱানৰ পৰা অৰ্ধপৰিবাহী উদ্যোগৰ মুৰব্বীসকলৰ ভাৰ্চুৱেল উপস্থিতি আজিৰ অনুষ্ঠানৰ মাত্ৰা বৃদ্ধি কৰা বুলি প্ৰকাশ কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অনন্য অনুষ্ঠানৰ সৈতে ৬০ হাজাৰৰো অধিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠান সংযুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজিৰ এই কাৰ্যসূচীক দেশৰ যুৱক-যুৱতীসকলৰ সপোনৰ অনুষ্ঠান বুলি অভিহিত কৰে কাৰণ তেওঁলোক ভাৰতৰ ভৱিষ্যতৰ প্ৰকৃত অংশীদাৰ। ভাৰতে আত্মনিৰ্ভৰশীলতা আৰু বিশ্বৰ যোগান শৃংখলত শক্তিশালী উপস্থিতিৰ বাবে কেনেদৰে বহুমুখী চিন্তাধাৰাৰে কাম কৰি আছে সেয়া যুৱক-যুৱতীসকলে প্ৰত্যক্ষ কৰিছে। “এগৰাকী আত্মবিশ্বাসী যুৱকে দেশৰ ভাগ্য সলনি কৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

প্ৰযুক্তি-চালিত একবিংশ শতিকাত ইলেক্ট্ৰনিক চিপৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণৰ দিশত লৈ যোৱাত মেড ইন ইণ্ডিয়া আৰু ডিজাইনড ইন ইণ্ডিয়া চিপে মুখ্য ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন কাৰণত প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ পৰা বঞ্চিত হোৱাৰ পিছত ভাৰতে এতিয়া চতুৰ্থ ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰী ৪.০ক নেতৃত্ব দিয়াৰ উদ্দেশ্যেৰে আগবাঢ়িছে। প্ৰতিটো ছেকেণ্ডৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক চৰকাৰে যি গতিৰে কাম কৰি আছে তাৰ উদাহৰণ হিচাপে দাঙি ধৰে। অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ক্ৰম ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে দুবছৰ পূৰ্বে অৰ্ধপৰিবাহী অভিযানৰ ঘোষণাৰ কথা কয় আৰু কেইমাহমানৰ ভিতৰতে প্ৰথম বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু এতিয়া তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। “ভাৰতে প্ৰতিশ্ৰুতি দিয়ে, ভাৰতে প্ৰদান কৰে আৰু গণতন্ত্ৰই প্ৰদান কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

বিশ্বৰ মাত্ৰ মুষ্টিমেয় দেশেহে অৰ্ধপৰিবাহী নিৰ্মাণ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা ব্যাঘাতৰ পিছত নিৰ্ভৰযোগ্য যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ইয়াত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰি দেশৰ টেক স্পেচ, পাৰমাণৱিক আৰু ডিজিটেল শক্তিৰ ওপৰত আলোকপাত কৰে। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি অৰ্ধপৰিবাহী খণ্ডৰ বাণিজ্যিক উপাদনৰ বাবে ভাৰত সাজু বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী খণ্ডৰ বাবে সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ দিনটো বহু দূৰত নহয়।” ব্যৱসায়ৰ সহজতাক উৎসাহিত কৰা আৰু আইনৰ সৰলীকৰণৰ কথা উল্লেখ কৰি তেওঁ আজি গ্ৰহণ কৰা নীতিগত সিদ্ধান্তৰ বাবে ভৱিষ্যতে ভাৰতে কৌশলগত সুবিধা লাভ কৰিব বুলি দৃঢ়তাৰে কয়। যোৱা কেইবছৰমানৰ পৰা প্ৰধানমন্ত্ৰীয়ে জনাইছিল যে ৪০ হাজাৰৰো অধিক অনুপালন বিলুপ্ত কৰা হৈছে আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিয়মো সৰল কৰা হৈছে। প্ৰতিৰক্ষা, বীমা আৰু টেলিকম খণ্ডৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নীতি উদাৰীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰনিকছ আৰু হাৰ্ডৱেৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান স্থিতিৰ কথাও উনুকিয়ায়, য’ত বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিক আৰু আই টি হাৰ্ডৱেৰ নিৰ্মাণ আৰু ইলেক্ট্ৰনিক ক্লাষ্টাৰ সৃষ্টিৰ বাবে পিএলআই আঁচনিৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ইলেক্ট্ৰনিক পৰিস্থিতিতন্ত্ৰৰ বৃদ্ধিৰ বাবে এক মঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ভাৰত আজি বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাণকাৰী দেশ৷ ভাৰতৰ কোৱাণ্টাম মিছনৰ আৰম্ভণি, উদ্ভাৱনক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন আৰু ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা মিছনৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰযুক্তি গ্ৰহণৰ বাহিৰেও প্ৰযুক্তিৰ উন্নতিৰ দিশত আগবাঢ়িছে।

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্ধপৰিবাহী গৱেষণাই যুৱক-যুৱতীসকলক সৰ্বাধিক উপকৃত কৰিব। বিশাল পৰিসৰৰ উদ্যোগত অৰ্ধপৰিবাহীৰ বিস্তৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “অৰ্ধপৰিবাহী কেৱল এটা উদ্যোগ নহয় বৰঞ্চ ই সীমাহীন সম্ভাৱনাৰে ভৰা এখন দুৱাৰ মুকলি কৰে।” প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি চিপ ডিজাইন আৰু উৎপাদনৰ ক্ষেত্ৰত ভাৰতীয় প্ৰতিভাৰ বিপুল উপস্থিতিৰ কথাও আঙুলিয়াই দিয়ে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতিভা পৰিস্থিতিতন্ত্ৰ সম্পূৰ্ণ হৈছে কিয়নো অৰ্ধপৰিবাহী নিৰ্মাণ খণ্ডত আজি দেশ আগবাঢ়ি গৈছে৷ তেওঁ উল্লেখ কৰে যে আজিৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ বাবে সৃষ্টি হোৱা সুযোগসমূহৰ বিষয়ে ভালদৰেই জানে, সেয়া মহাকাশ খণ্ডই হওক বা মেপিং খণ্ডই হওক আৰু তেওঁ এই খণ্ডসমূহ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰাৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে অভূতপূৰ্ব সকাহ আৰু উৎসাহক কৃতিত্ব প্ৰদান কৰি কয় যে আজিৰ এই অনুষ্ঠানে অৰ্ধপৰিবাহী স্থানত ষ্টাৰ্টআপৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। আজিৰ প্ৰকল্পসমূহে যুৱক-যুৱতীসকলৰ বাবে অসংখ্য উন্নত প্ৰযুক্তিৰ চাকৰিৰ সুবিধা প্ৰদান কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়৷

লালকিল্লাৰ পৰা লাভ কৰা প্ৰশংসাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিশ্বাসেৰে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই উল্লেখযোগ্য ফলাফল দিয়ে। ‘পুৰণি চিন্তাধাৰা আৰু পুৰণি দৃষ্টিভংগীতকৈ ভাৰত এতিয়া বহু আগুৱাই গৈছে। ভাৰতে এতিয়া অধিক ক্ষীপ্ৰ গতিত সিদ্ধান্ত আৰু নীতি গ্ৰহণ কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়। তেওঁ কয় যে ভাৰতৰ অৰ্ধপৰিবাহী সপোনসমূহ প্ৰথমে ১৯৬০ চনৰ ভিতৰত কল্পনা কৰা হৈছিল যদিও ইচ্ছাশক্তি আৰু সংকল্পক সিদ্ধিলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা অভাৱৰ বাবে তেতিয়াৰ চৰকাৰসমূহে সেইবোৰৰ ওপৰত কাম কৰাত ব্যৰ্থ হৈছিল। লগতে পূৰ্বৰ চৰকাৰসমূহে দেশৰ সম্ভাৱনা, অগ্ৰাধিকাৰ আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ বুজিব নোৱাৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে। বৰ্তমান চৰকাৰৰ আগন্তুক চিন্তাধাৰা আৰু ভৱিষ্যদ্বৰ্শী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত দেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ উচ্চাকাংক্ষাৰে অৰ্ধপৰিবাহী নিৰ্মাণৰ কথা উল্লেখ কৰে। চৰকাৰে দেশৰ সকলো অগ্ৰাধিকাৰৰ যত্ন লৈছে বুলি উল্লেখ কৰি তেওঁ দৰিদ্ৰ লোকৰ বাবে পকী আৱাসত বিনিয়োগৰ লগতে গৱেষণাক উৎসাহিত কৰা, অৰ্ধপৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰসৰ হোৱা, বিশ্বৰ সৰ্ববৃহৎ অনাময় আন্দোলন হাতত লোৱা, আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে ব্যাপক আন্তঃগাঁথনিমূলক বিনিয়োগ আৰু দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস পোৱাৰ উদাহৰণ দাঙি ধৰে। কালি পোখৰাণত অনুষ্ঠিত ভাৰত শক্তি অনুশীলনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কেৱল ২০২৪ চনত ১২ লাখ কোটিতকৈও অধিক মূল্যৰ আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে৷” এইবোৰে একবিংশ শতিকাৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ আভাস প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰতে অগ্নি-৫ ৰূপত বিশ্বৰ একচেটিয়া ক্লাবত যোগদান, দুদিন পূৰ্বে কৃষিক্ষেত্ৰত ড্ৰোন বিপ্লৱৰ আৰম্ভণি, য'ত নমো ড্ৰোন দিদি আঁচনিৰ অধীনত হাজাৰ হাজাৰ ড্ৰোন মহিলাক গতাই দিয়া, গগনযানৰ বাবে ভাৰতৰ প্ৰস্তুতিয়ে গতি লাভ কৰিছে আৰু শেহতীয়াভাৱে  ভাৰতৰ প্ৰথমটো মেড ইন ইণ্ডিয়া ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ ৰিয়েক্টৰ উদ্বোধন কৰা হৈছে। ‘এই সকলো প্ৰচেষ্টা, এই সকলোবোৰ প্ৰকল্পই ভাৰতক উন্নয়নৰ লক্ষ্যৰ ওচৰলৈ লৈ গৈছে। আৰু নিশ্চিতভাৱে আজিৰ এই তিনিটা প্ৰকল্পইও ইয়াত ডাঙৰ ভূমিকা ল’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আজিৰ বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ উত্থানৰ ওপৰতো আলোকপাত কৰি তেওঁৰ ভাষণসমূহ কম সময়ৰ ভিতৰতে একাধিক ভাষালৈ অনুবাদ হোৱাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীৰ বাৰ্তা সমগ্ৰ দেশতে বিভিন্ন ভাৰতীয় ভাষাত প্ৰচাৰৰ উদ্যোগ লোৱাৰ বাবে ভাৰতৰ যুৱক-যুৱতীসকলক প্ৰশংসা কৰে। ‘ভাৰতৰ যুৱক-যুৱতীসকল সক্ষম আৰু তেওঁলোকক এটা সুযোগৰ প্ৰয়োজন। অৰ্ধপৰিবাহী পদক্ষেপে আজি ভাৰতলৈ সেই সুযোগ কঢ়িয়াই আনিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। আজি অসমত তিনিটা অৰ্ধপৰিবাহী সুবিধাৰ ভিতৰত এটাৰ আধাৰশিলা স্থাপন হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত চলি থকা উন্নয়নৰ প্ৰশংসা কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সকলোকে ভাৰতৰ প্ৰগতি শক্তিশালী কৰিবলৈ আহ্বান জনাই কয়, “আপোনাৰ আৰু আপোনালোকৰ ভৱিষ্যত সুৰক্ষাই মোদীৰ গেৰাণ্টি।”

 

|

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছলিউচনছ লিমিটেডৰ অধ্যক্ষ শ্ৰী ভেল্লায়ন সুবিয়া আৰু টাটা ছন্সৰ অধ্যক্ষ শ্ৰী নটৰাজন চন্দ্ৰশেকৰন আদিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

পটভূমি

অৰ্ধপৰিবাহী সম্পৰ্কীয় আৰ্হি, উৎপাদন আৰু প্ৰযুক্তি বিকাশৰ বাবে ভাৰতক এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো হৈছে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগী, যি দেশৰ যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গুজৰাটৰ ‘ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’; অসমৰ মৰিগাঁও আৰু গুজৰাটৰ সানন্দত এটাকৈ ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।

ভাৰতত ‘অৰ্ধপৰিবাহী ফেব’ স্থাপনৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে ‘ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল’ (ডিএছআইআৰ)ত ‘অৰ্ধপৰিবাহী নিৰ্মাণ সুবিধা প্ৰকল্প’ স্থাপন কৰে৷। মুঠ ৯১,০০০ কোটিৰো অধিক টকা বিনিয়োগৰে ই হৈছে দেশৰ প্ৰথমটো ‘বাণিজ্যিক অৰ্ধপৰিবাহী ফেব’।

‘অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত অসমৰ মৰিগাঁৱত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ২৭,০০০ কোটি টকা বিনিয়োগৰে ‘টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড’ (টিইপিএল)য়ে স্থাপন কৰে৷

‘অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ, পৰীক্ষণ, মাৰ্কিং আৰু পেকেজিঙ’ (এটিএমপি)ৰ বাবে ‘সংশোধিত আঁচনি’ৰ অধীনত গুজৰাটৰ সানন্দত ‘ঠিকাভিত্তিক অৰ্ধপৰিবাহী সংলগ্নকৰণ তথা পৰীক্ষণ’ (অ’এছএটি) প্ৰকল্পটো মুঠ প্ৰায় ৭,৫০০ কোটি টকা বিনিয়োগৰে ‘চিজি পাৱাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছলিউশ্যন লিমিটেড’-য়ে স্থাপন কৰে৷

এই সুবিধাসমূহৰ জৰিয়তে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ শক্তিশালী হ'ব আৰু ভাৰতত এক দৃঢ় স্তৰ লাভ কৰিব। এই গোটবোৰে অৰ্ধপৰিবাহী উদ্যোগত হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লগতে ইলেক্ট্ৰনিকছ, টেলিকম আদিৰ দৰে সম্পৰ্কিত খণ্ডসমূহতো নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

এই কাৰ্যসূচীত অৰ্ধপৰিবাহী উদ্যোগৰ কৰ্ণধাৰসকলৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ কেবা সহস্ৰ শিক্ষাৰ্থীকে ধৰি যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে৷

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Shashank shekhar singh September 29, 2024

    Jai shree Ram
  • रीना चौरसिया September 11, 2024

    sita ram sita ram
  • रीना चौरसिया September 11, 2024

    namo namo
  • रीना चौरसिया September 11, 2024

    jai yogiji
  • रीना चौरसिया September 11, 2024

    jai modi jii
  • रीना चौरसिया September 11, 2024

    jai shreee ram
  • रीना चौरसिया September 11, 2024

    ram ram
  • रीना चौरसिया September 11, 2024

    sita ram
  • रीना चौरसिया September 11, 2024

    bjp
  • रीना चौरसिया September 11, 2024

    jai bjp
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Media Coverage

"Huge opportunity": Japan delegation meets PM Modi, expressing their eagerness to invest in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।