প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি অনুষ্ঠিত জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ওপৰত আউটৰীচ্চ অধিৱেশনত ভাষণ আগবঢ়ায়। তেওঁ গ্ৰুপটোক ৫০ বছৰীয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে মানৱ জাতিৰ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলনত পুনৰ নিৰ্বাচিত হোৱাৰ পিছত সন্মিলনত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে অতি সন্তুষ্টিৰ বিষয়। তেওঁ প্ৰকাশ কৰে যে প্ৰযুক্তি সফল হ’বলৈ হ’লে ইয়াক মানৱকেন্দ্ৰিক পদ্ধতিৰে আধাৰিত কৰিব লাগিব। এই প্ৰেক্ষাপটত তেওঁ ৰাজহুৱা সেৱা প্ৰদানৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ উঠাবলৈ ভাৰতৰ সফলতাৰ বিষয়ে শ্বেয়াৰ কৰে।

 

|

"সকলোৰে বাবে এ আই" আধাৰত ভাৰতৰ এ আই মিছনৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এআইৰ বাবে বিশ্ব অংশীদাৰিত্বৰ সদস্যসকলে লক্ষ্য এনে হোৱা উচিত যাতে এই প্ৰযুক্তিৰে সকলোৰে প্ৰগতি আৰু কল্যাণক লালন-পালন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শক্তি পৰিৱৰ্তন পথৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ পদ্ধতি উপলব্ধতা, সুলভতা, ব্যয়সাধ্যতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতে ২০৭০ চনৰ ভিতৰত নেট জিৰোৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰি আছে।ভাৰতৰ মিছন লাইফ [পৰিৱেশৰ বাবে জীৱনশৈলী]ৰ কথা উল্লেখ কৰি তেওঁ বিশ্ব পৰিৱেশ দিৱসত তেওঁৰ দ্বাৰা আৰম্ভ কৰা বৃক্ষৰোপণ অভিযান– "প্লাণ্ট ফৰ মাদাৰ” [ এক পেড় মা কে নাম] আৰু ব্যক্তিগত স্পৰ্শ আৰু বৈশ্বিক দায়বদ্ধতাৰে গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু ইয়াত যোগদান কৰিবলৈ বিশ্ব সমুদায়ক আহ্বান জনায়।

 

|

প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল ছাউথ, বিশেষকৈ আফ্ৰিকাৰ উদ্বেগক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান জনায়। তেওঁ স্মৰণ কৰি কয় যে ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকান ইউনিয়ন (এ ইউ)ৰ জি-২০ৰ স্থায়ী সদস্য হিচাপে ভৰ্তি হোৱাটো ভাৰতৰ বাবে সন্মানৰ বিষয়।

 

Click here to read full text speech

  • Vivek Kumar Gupta August 30, 2024

    नमो ...🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta August 30, 2024

    नमो .....................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    Jai Sri ram
  • Sandeep Pathak August 22, 2024

    jai shree Ram
  • Rajpal Singh August 10, 2024

    🙏🏻🙏🏻
  • Dr Swapna Verma July 11, 2024

    bjp
  • Pradhuman Singh Tomar July 04, 2024

    Bjp
  • Chowkidar Margang Tapo July 02, 2024

    modi hai tu har chiz...
  • Dr Mukesh Ludanan July 02, 2024

    Jai ho
  • Avdhesh Saraswat June 28, 2024

    HAR BAAR MODI SARKAR ONLY
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Op Sindoor delivered heavy damage in 90 hrs

Media Coverage

Op Sindoor delivered heavy damage in 90 hrs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves 700 MW Tato-II Hydro Electric Project in Arunachal Pradesh worth Rs.8146.21 crore
August 12, 2025

The Cabinet Committee on Economic Affairs chaired by the Prime Minister Shri Narendra Modi today has approved investment of Rs.8146.21 crore for construction of Tato-II Hydro Electric Project (HEP) in Shi Yomi District of Arunachal Pradesh. The estimated completion period for the project is 72 months.

The project with an installed capacity of 700 MW (4 x 175 MW) would produce 2738.06 MU of energy. The Power generated from the Project will help improve the power supply position in the state of Arunachal Pradesh and will also help in balancing of the national Grid.

The Project will be implemented through a Joint Venture Co. between North Eastern Electric Power Corporation Ltd. (NEEPCO) and the Government of Arunachal Pradesh. Govt. of India shall extend Rs.458.79 crore as budgetary support for construction of roads, bridges and associated transmission line under enabling infrastructure besides Central Financial Assistance of Rs.436.13 crore towards equity share of the State.

The state would be benefitted from 12% free power and another 1% towards Local Area Development Fund (LADF) besides significant infrastructure improvement and socio-economic development of the region.

The Project is in line with the aims and objectives of Aatmanirbhar Bharat Abhiyan, would provide various benefits to local suppliers/enterprises/MSMEs including direct and indirect employment opportunities.

There will be significant improvement in infrastructure, including the development of around 32.88 kilometres of roads and bridges, for the project which shall be mostly available for local use. The district will also benefit from the construction of essential infrastructure such as hospitals, schools, marketplaces, playgrounds, etc. to be financed from dedicated project funds of Rs.20 crore. Local populace shall also be benefitted from many sorts of compensations, employment and CSR activities.