Quoteচিত্ৰমায়া শিৱ পুৰাণ গ্ৰন্থ উন্মোচন
Quoteলীলা চিত্ৰ মন্দিৰ ভ্ৰমণ
Quote“গীতা প্ৰেছ কেৱল ছপাশাল নহয়, বৰঞ্চ এক জীৱন্ত বিশ্বাস”
Quote“বসুদেৱ সৰ্বম অৰ্থাৎ বাসুদেৱৰ পৰা আৰু বাসুদেৱতে সকলো আছে”
Quote“১৯২৩ চনত গীতা প্ৰেছৰ ৰূপত পোহৰলৈ অহা আধ্যাত্মিক পোহৰ আজি সমগ্ৰ মানৱজাতিৰ পথ প্ৰদৰ্শক পোহৰ হৈ পৰিছে”
Quote“গীতা প্ৰেছে ভাৰতক সংযোগ কৰে, ভাৰতৰ সংহতি শক্তিশালী কৰে”
Quoteশ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে গোৰখপুৰ আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।
Quoteগীতাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, “বসুদেৱ সৰ্বম অৰ্থাৎ বাসুদেৱৰ পৰা আৰু বাসুদেৱতে সকলো আছে।”
Quote“আমি এখন নতুন ভাৰত গঢ়িম আৰু বিশ্ব কল্যাণৰ আমাৰ দৃষ্টিভংগী সফল কৰিম”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।
Quote“এই সকলো প্ৰচেষ্টাৰ আঁৰত জাতি সেৱা কৰাৰ প্ৰেৰণা সংলগ্ন হৈ আছে আৰু জাতি গঢ়ি তোলাৰ সংকল্প আছে”, শ্ৰী মোদীয়ে লগতে কয়।

উত্তৰ প্ৰদেশৰ গোৰখপুৰত আজি ঐতিহাসিক গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাষণ দি চিত্ৰমায়া শিৱ পুৰাণ গ্ৰন্থ উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে গীতা প্ৰেছত লীলা চিত্ৰ মন্দিৰ পৰিদৰ্শন কৰি ভগৱান শ্ৰীৰামৰ প্ৰতিকৃতিক পুষ্পাঞ্জলি অৰ্পণ কৰে।

এই  উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে পূণ্য শাওন মাহত আৰু ইন্দ্ৰদেৱৰ আশীৰ্বাদত তেওঁ শিৱ অৱতাৰ গুৰু গোৰখনাথৰ পূজাস্থলী আৰু বহু সন্তৰ কৰ্মক্ষেত্ৰ গোৰখপুৰৰ গীতা প্ৰেছত উপস্থিত থকাৰ সুযোগ পাইছে। গোৰখপুৰ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই উন্নয়ন আৰু ঐতিহ্যৰ হাতে হাতে যোৱাৰ এক আচৰিত নিদৰ্শন। গীতা প্ৰেছত কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুখনকৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিবলৈ গোৰখপুৰ ৰে’লৱে ষ্টেচনলৈ ৰাওনা হ’ব বুলি জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰস্তাৱিত ৰে’ল ষ্টেচনৰ ছবিয়ে নাগৰিকসকলৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। বন্দে ভাৰত এক্সপ্ৰেছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ সুবিধাৰ স্তৰ উন্নীত হৈছে। যি সময়ত মন্ত্ৰীসকলে নিজৰ অঞ্চলত এখন ৰে’লৰ বাবে ষ্টপ যোগ কৰিবলৈ চিঠি লিখিবলগীয়া হৈছিল সেই সময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মন্ত্ৰীসকলে বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিবলৈ চিঠি লিখিছে। “বন্দে ভাৰত ট্ৰেইনসমূহ এক উন্মাদনাত পৰিণত হৈছে”, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে গোৰখপুৰ আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।

 

|

“গীতা প্ৰেছ কেৱল ছপাশাল নহয়, বৰঞ্চ এক জীৱন্ত বিশ্বাস”, গীতা প্ৰেছৰ কাৰ্যালয় কোটি কোটি লোকৰ বাবে মন্দিৰতকৈ কম নহয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে গীতাৰ লগত কৃষ্ণ আহে, কৃষ্ণৰ লগত কৰুণা আৰু ‘কৰ্ম’ থাকে আৰু জ্ঞানৰ ভাৱৰ লগতে বৈজ্ঞানিক গৱেষণাও থাকে। গীতাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়, “বসুদেৱ সৰ্বম অৰ্থাৎ বাসুদেৱৰ পৰা আৰু বাসুদেৱতে সকলো আছে।”

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ১৯২৩ চনত গীতা প্ৰেছৰ ৰূপত যি আধ্যাত্মিক পোহৰ পোহৰাই তুলিছিল সেয়া আজি সমগ্ৰ মানৱজাতিৰ পথ প্ৰদৰ্শক পোহৰ হৈ পৰিছে। এই মানৱীয় অভিযানৰ সোণালী শতিকাৰ সাক্ষী হ’বলৈ সক্ষম হোৱাৰ বাবে তেওঁ সৌভাগ্যক ধন্যবাদ জনায়। এই ঐতিহাসিক ক্ষণ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে গীতা প্ৰেছক গান্ধী শান্তি বঁটা প্ৰদান কৰিছে। গীতা প্ৰেছৰ প্ৰতি মহাত্মা গান্ধীৰ আৱেগিক মোহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনাইছে যে গান্ধীজীয়ে এসময়ত কল্যাণ পত্ৰিকাৰ জৰিয়তে গীতা প্ৰেছৰ বাবে লিখিছিল। তেওঁ লগতে কয় যে গান্ধীজীয়েই কল্যাণ পত্ৰিকাত বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শ এতিয়াও মানি চলি আছে। প্ৰধানমন্ত্ৰীয়ে এই অৱদান আৰু ইয়াৰ ১০০ বছৰীয়া উত্তৰাধিকাৰক সন্মান জনাই গীতা প্ৰেছক গান্ধী শান্তি বঁটা প্ৰদান কৰি শ্ৰদ্ধা জনোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই ১০০ বছৰত গীতা প্ৰেছে কোটি কোটি কিতাপ প্ৰকাশ কৰিছে যিবোৰ খৰচতকৈ কম দামত বিক্ৰী হৈছে আৰু ঘৰে ঘৰে ডেলিভাৰী কৰা হৈছে। এই জ্ঞানৰ প্ৰবাহে নিশ্চয় ইমানবোৰ পাঠকক প্ৰদান কৰা আধ্যাত্মিক আৰু বৌদ্ধিক সন্তুষ্টিৰ কথা উল্লেখ কৰি একে সময়তে সমাজৰ বাবে বহু নিষ্ঠাবান নাগৰিক সৃষ্টি কৰাৰ লগতে এই যজ্ঞাত নিস্বাৰ্থভাৱে অৱদান আৰু সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায় যিকোনো প্ৰচাৰৰ প্ৰয়োজনীয়তা আৰু লগতে ছেঠজী জয়দয়াল গোয়েংকা আৰু ভাইজী শ্ৰী হনুমান প্ৰসাদ পোদ্দাৰৰ দৰে ব্যক্তিত্বক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গীতা প্ৰেছৰ দৰে সংস্থা এটা কেৱল ধৰ্ম আৰু কৰ্মৰ সৈতে জড়িত নহয়, ইয়াৰ জাতীয় চৰিত্ৰও আছে বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। “গীতা প্ৰেছে ভাৰতক সংযোগ কৰে, ভাৰতৰ সংহতি শক্তিশালী কৰে”, সমগ্ৰ দেশতে ইয়াৰ ২০টা শাখাৰ বিষয়ে অৱগত কৰি কয় শ্ৰী মোদীয়ে৷ দেশৰ প্ৰতিটো ৰে’ল ষ্টেচনতে গীতা প্ৰেছৰ ষ্টল পোৱা যায় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ জনায় যে গীতা প্ৰেছে ১৫টা ভিন্ন ভাষাত ১৬০০ টা শিৰোনাম প্ৰকাশ কৰে আৰু ভাৰতৰ মৌলিক চিন্তাধাৰা বিভিন্ন ভাষাত জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰে। “গীতা প্ৰেছে এক প্ৰকাৰে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ মনোভাৱক প্ৰতিনিধিত্ব কৰে, তেওঁ দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে দেশৰ স্বাধীনতাৰ ৭৫বছৰ উদযাপনৰ সময়ত গীতা প্ৰেছে ১০০ বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰাটো সাধাৰণ কথা নহয়। ১৯৪৭ চনৰ আগৰ সময়ছোৱাৰ ওপৰত আলোকপাত কৰি যেতিয়া ভাৰতে নিজৰ নৱজাগৰণৰ বাবে বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে প্ৰচেষ্টা চলাইছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ আত্মাক জাগ্ৰত কৰিবলৈ বিভিন্ন প্ৰতিষ্ঠানে আকৃতি ল’লে। ফলস্বৰূপে তেওঁ লগতে কয় যে ১৯৪৭ চনৰ ভিতৰত ভাৰতে মন আৰু আত্মাৰে দাসত্বৰ শিকলি ভাঙিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছিল। তেওঁ উল্লেখ কৰে যে গীতা প্ৰেছ প্ৰতিষ্ঠাও ইয়াৰ বাবে এক প্ৰধান ভিত্তি হৈ পৰিছিল। শতিকাজুৰি চলি থকা দাসত্বই এশ বছৰৰ আগতে ভাৰতৰ চেতনাক কলংকিত কৰি বিদেশী আক্ৰমণকাৰীয়ে ভাৰতৰ পুথিভঁৰাল জ্বলাই দিয়াৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে। ‘ইংৰাজৰ সময়ত গুৰুকুল আৰু গুৰু পৰম্পৰা প্ৰায় ধ্বংস হৈ গৈছিল।’ ভাৰতৰ পবিত্ৰ গ্ৰন্থসমূহৰ অন্তৰ্ধানৰ আৰম্ভণিৰ ওপৰতো তেওঁ আলোকপাত কৰে কাৰণ সেই সময়ত ছপাশালসমূহ অধিক খৰচৰ বাবে সাধাৰণ মানুহৰ আওতাৰ বাহিৰত আছিল। “গীতা আৰু ৰামায়ণৰ অবিহনে আমাৰ সমাজখন কেনেকৈ চলিব? যেতিয়া মূল্যবোধ আৰু আদৰ্শৰ উৎস শেষ হৈ যাবলৈ আৰম্ভ কৰে, তেতিয়া সমাজৰ প্ৰবাহ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাগৱত সদায় প্ৰেৰণাৰ উৎস হৈ আহিছে যেতিয়া অধাৰ্মিকতা আৰু আতংক শক্তিশালী হৈ পৰে আৰু সত্যক বিপদৰ কলীয়া ডাৱৰে চানি ধৰে। গীতাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে বুজাই দিলে যে যেতিয়াই ধৰ্ম আৰু সত্যৰ কৰ্তৃত্বৰ ওপৰত সংকট হয়, তেতিয়াই ঈশ্বৰে ইয়াক ৰক্ষা কৰিবলৈ পৃথিৱীত আবিৰ্ভাৱ হয়। যিকোনো ৰূপত ঈশ্বৰৰ আবিৰ্ভাৱৰ বিষয়ে ব্যাখ্যা কৰা গীতাৰ দশম অধ্যায়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেতিয়াবা গীতা প্ৰেছৰ দৰে সংগঠনৰ জন্ম হয় মানৱীয় মূল্যবোধ আৰু আদৰ্শক পুনৰুজ্জীৱিত কৰিবলৈ। তেওঁ কয় যে গীতা প্ৰেছে ১৯২৩ চনত ভাৰতৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে ভাৰতৰ বাবে চেতনা আৰু চিন্তাৰ প্ৰবাহ ত্বৰান্বিত কৰি তুলিছিল। তেওঁ উল্লেখ কৰে যে গীতাকে ধৰি আমাৰ শাস্ত্ৰই পুনৰবাৰ ঘৰে ঘৰে প্ৰতিধ্বনিত হ’বলৈ আৰম্ভ কৰিলে আৰু আমাৰ মন ভাৰতৰ মনৰ লগত মিহলি হ’ল। “পৰিয়ালৰ পৰম্পৰা আৰু নতুন প্ৰজন্মই এই কিতাপসমূহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু আমাৰ পবিত্ৰ কিতাপসমূহ আগন্তুক প্ৰজন্মৰ বাবে ভিত্তি হ’বলৈ আৰম্ভ কৰিলে”, তেওঁ লগতে কয়।

 

|

“গীতা প্ৰেছে প্ৰমাণ কৰিলে যে যেতিয়া আপোনাৰ উদ্দেশ্য শুদ্ধ হয়, আপোনাৰ মূল্যবোধ শুদ্ধ হয় তেতিয়া সফলতা সমাৰ্থক হৈ পৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। গীতা প্ৰেছে এটা প্ৰতিষ্ঠান হিচাপে সদায় সামাজিক মূল্যবোধক সমৃদ্ধ কৰি জনসাধাৰণক কৰ্তব্যৰ পথ দেখুৱাই অহা বুলি উল্লেখ কৰি তেওঁ গংগা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, যোগ বিজ্ঞান, পতঞ্জলি যোগসূত্ৰ প্ৰকাশ, আয়ুৰ্বেদৰ সৈতে জড়িত ‘আৰোগ্য অংক’ আদিৰ উদাহৰণ দাঙি ধৰে , 'জীৱনচাৰ্য অংক' ভাৰতীয় জীৱনশৈলী, সমাজ সেৱাৰ আদৰ্শ, 'সেৱা অংক' আৰু 'দান মহিমা'ৰ সৈতে মানুহক পৰিচয় কৰাই দিয়ে। “এই সকলো প্ৰচেষ্টাৰ আঁৰত জাতি সেৱা কৰাৰ প্ৰেৰণা সংলগ্ন হৈ আছে আৰু জাতি গঢ়ি তোলাৰ সংকল্প আছে”, শ্ৰী মোদীয়ে লগতে কয়।

“সাধুৰ তপস্যা কেতিয়াও বিফল নহয়, তেওঁলোকৰ সংকল্প কেতিয়াও শূন্য নহয়!”, শ্ৰী মোদীয়ে কয়। দাসত্বৰ মানসিকতাৰ পৰা মুক্তি আৰু আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰি লালকিল্লাৰ পৰা দিয়া ভাষণ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু ঐতিহ্য দুয়োটাকে লগত লৈ জাতিটো আগবাঢ়িছে। এফালে ভাৰতে ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, একে সময়তে কাশী কৰিডৰৰ পুনৰ উন্নয়নৰ পাছত কাশীৰ বিশ্বনাথ ধামৰ ঐশ্বৰিক ৰূপটোও উন্মেষ ঘটিছে। প্ৰধানমন্ত্ৰীয়ে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণৰ কথা উল্লেখ কৰে, লগতে কেদাৰনাথ আৰু মহাকাল মহালোকৰ দৰে তীৰ্থযাত্ৰাৰ ভৱিষ্যৎ সাক্ষী হয়। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভতো দৃষ্টি আকৰ্ষণ কৰে যে অযোধ্যাৰ ভৱিষ্যৎ ৰাম মন্দিৰৰ সপোনো যুগ যুগ ধৰি পূৰণ হ’বলৈ গৈ আছে। প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়ৰ চিন দেখুৱাই নতুন নৌসেনাৰ এনচাইনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কৰ্তব্যৰ মনোভাৱক অনুপ্ৰাণিত কৰিবলৈ ৰাজপথৰ নাম সলনি কৰি কৰ্তব্য পথ, জনজাতীয় পৰম্পৰা আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলক সন্মান জনোৱাৰ বাবে সমগ্ৰ দেশতে সংগ্ৰহালয়ৰ বিকাশ, চুৰি হৈ দেশৰ বাহিৰলৈ পঠিওৱা পবিত্ৰ প্ৰাচীন মূৰ্তিসমূহ পুনৰুদ্ধাৰৰ কথাও স্পৰ্শ কৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত আৰু আধ্যাত্মিক ভাৰতৰ ধাৰণা আমাৰ ঋষিসকলে আমাক দিছিল আৰু আজি ই অৰ্থপূৰ্ণ হোৱাটো দেখা যায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে আমাৰ সন্ত আৰু ঋষিসকলৰ আধ্যাত্মিক অনুশীলনে ভাৰতৰ সৰ্বাংগীন উন্নয়নত এনে শক্তি প্ৰদান কৰি যাব। “আমি এখন নতুন ভাৰত গঢ়িম আৰু বিশ্ব কল্যাণৰ আমাৰ দৃষ্টিভংগী সফল কৰিম”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, গোৰখপুৰৰ পৰা সাংসদ শ্ৰী ৰবি কিষাণ, সাধাৰণ সম্পাদক শ্ৰী বিষ্ণু প্ৰসাদ চন্দগোঠিয়া আৰু গীতা প্ৰেছৰ ট্ৰাষ্ট ব’ৰ্ডৰ অধ্যক্ষ কেশোৰাম আগৰৱাল উপস্থিত থাকে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Shamala Kulkarni July 12, 2023

    Very rightly said dear PM Sir..Gita Press is not just a printing press but a living faith..it has been instrumental in spreading the knowledge and wisdom of Sanatan Dharm and our evergreen epics like Ramayan and Mahabharat..Jai Shri Ram 🙏
  • Seema Devi July 11, 2023

    महा जन संपर्क अभियान खूंटी के मास्को गांव में
  • Seema Devi July 11, 2023

    भारत माता की जय
  • Ravi Shankar July 10, 2023

    जय हो🚩🚩🙏🙏
  • नरेन्द्र सिँह रावत July 10, 2023

    मा प्रधानमंत्री जी की जय हो 🙏🙏
  • Dilip kumar mittal July 09, 2023

    Gita press deserves it
  • SAPAN DUBEY July 09, 2023

    भारत माता की जय भारतीय जनता पार्टी जिंदाबाद मोदी जी है तो मुमकिन है, भारत माता की सेवा में प्रधान सेवक ने बहुत कार्य किए।
  • Vijay Kumar July 08, 2023

    please disonest to muslim please sir you can do it
  • Tribhuwan Kumar Tiwari July 08, 2023

    वंदेमातरम सादर प्रणाम सर सादर त्रिभुवन कुमार तिवारी पूर्व सभासद लोहिया नगर वार्ड पूर्व उपाध्यक्ष भाजपा लखनऊ महानगर उप्र भारत
  • Rakesh Singh July 08, 2023

    जय भारत माता
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game

Media Coverage

Namo Drone Didi, Kisan Drones & More: How India Is Changing The Agri-Tech Game
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
In future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
February 21, 2025
QuoteThe School of Ultimate Leadership (SOUL) will shape leaders who excel nationally and globally: PM
QuoteToday, India is emerging as a global powerhouse: PM
QuoteLeaders must set trends: PM
QuoteIn future leadership, SOUL's objective should be to instill both the Steel and Spirit in every sector to build Viksit Bharat: PM
QuoteIndia needs leaders who can develop new institutions of global excellence: PM
QuoteThe bond forged by a shared purpose is stronger than blood: PM

His Excellency,

भूटान के प्रधानमंत्री, मेरे Brother दाशो शेरिंग तोबगे जी, सोल बोर्ड के चेयरमैन सुधीर मेहता, वाइस चेयरमैन हंसमुख अढ़िया, उद्योग जगत के दिग्गज, जो अपने जीवन में, अपने-अपने क्षेत्र में लीडरशिप देने में सफल रहे हैं, ऐसे अनेक महानुभावों को मैं यहां देख रहा हूं, और भविष्य जिनका इंतजार कर रहा है, ऐसे मेरे युवा साथियों को भी यहां देख रहा हूं।

साथियों,

कुछ आयोजन ऐसे होते हैं, जो हृदय के बहुत करीब होते हैं, और आज का ये कार्यक्रम भी ऐसा ही है। नेशन बिल्डिंग के लिए, बेहतर सिटिजन्स का डेवलपमेंट ज़रूरी है। व्यक्ति निर्माण से राष्ट्र निर्माण, जन से जगत, जन से जग, ये किसी भी ऊंचाई को प्राप्त करना है, विशालता को पाना है, तो आरंभ जन से ही शुरू होता है। हर क्षेत्र में बेहतरीन लीडर्स का डेवलपमेंट बहुत जरूरी है, और समय की मांग है। और इसलिए The School of Ultimate Leadership की स्थापना, विकसित भारत की विकास यात्रा में एक बहुत महत्वपूर्ण और बहुत बड़ा कदम है। इस संस्थान के नाम में ही ‘सोल’ है, ऐसा नहीं है, ये भारत की सोशल लाइफ की soul बनने वाला है, और हम लोग जिससे भली-भांति परिचित हैं, बार-बार सुनने को मिलता है- आत्मा, अगर इस सोल को उस भाव से देखें, तो ये आत्मा की अनुभूति कराता है। मैं इस मिशन से जुड़े सभी साथियों का, इस संस्थान से जुड़े सभी महानुभावों का हृदय से बहुत-बहुत अभिनंदन करता हूं। बहुत जल्द ही गिफ्ट सिटी के पास The School of Ultimate Leadership का एक विशाल कैंपस भी बनकर तैयार होने वाला है। और अभी जब मैं आपके बीच आ रहा था, तो चेयरमैन श्री ने मुझे उसका पूरा मॉडल दिखाया, प्लान दिखाया, वाकई मुझे लगता है कि आर्किटेक्चर की दृष्टि से भी ये लीडरशिप लेगा।

|

साथियों,

आज जब The School of Ultimate Leadership- सोल, अपने सफर का पहला बड़ा कदम उठा रहा है, तब आपको ये याद रखना है कि आपकी दिशा क्या है, आपका लक्ष्य क्या है? स्वामी विवेकानंद ने कहा था- “Give me a hundred energetic young men and women and I shall transform India.” स्वामी विवेकानंद जी, भारत को गुलामी से बाहर निकालकर भारत को ट्रांसफॉर्म करना चाहते थे। और उनका विश्वास था कि अगर 100 लीडर्स उनके पास हों, तो वो भारत को आज़ाद ही नहीं बल्कि दुनिया का नंबर वन देश बना सकते हैं। इसी इच्छा-शक्ति के साथ, इसी मंत्र को लेकर हम सबको और विशेषकर आपको आगे बढ़ना है। आज हर भारतीय 21वीं सदी के विकसित भारत के लिए दिन-रात काम कर रहा है। ऐसे में 140 करोड़ के देश में भी हर सेक्टर में, हर वर्टिकल में, जीवन के हर पहलू में, हमें उत्तम से उत्तम लीडरशिप की जरूरत है। सिर्फ पॉलीटिकल लीडरशिप नहीं, जीवन के हर क्षेत्र में School of Ultimate Leadership के पास भी 21st सेंचुरी की लीडरशिप तैयार करने का बहुत बड़ा स्कोप है। मुझे विश्वास है, School of Ultimate Leadership से ऐसे लीडर निकलेंगे, जो देश ही नहीं बल्कि दुनिया की संस्थाओं में, हर क्षेत्र में अपना परचम लहराएंगे। और हो सकता है, यहां से ट्रेनिंग लेकर निकला कोई युवा, शायद पॉलिटिक्स में नया मुकाम हासिल करे।

साथियों,

कोई भी देश जब तरक्की करता है, तो नेचुरल रिसोर्सेज की अपनी भूमिका होती ही है, लेकिन उससे भी ज्यादा ह्यूमेन रिसोर्स की बहुत बड़ी भूमिका है। मुझे याद है, जब महाराष्ट्र और गुजरात के अलग होने का आंदोलन चल रहा था, तब तो हम बहुत बच्चे थे, लेकिन उस समय एक चर्चा ये भी होती थी, कि गुजरात अलग होकर के क्या करेगा? उसके पास कोई प्राकृतिक संसाधन नहीं है, कोई खदान नहीं है, ना कोयला है, कुछ नहीं है, ये करेगा क्या? पानी भी नहीं है, रेगिस्तान है और उधर पाकिस्तान है, ये करेगा क्या? और ज्यादा से ज्यादा इन गुजरात वालों के पास नमक है, और है क्या? लेकिन लीडरशिप की ताकत देखिए, आज वही गुजरात सब कुछ है। वहां के जन सामान्य में ये जो सामर्थ्य था, रोते नहीं बैठें, कि ये नहीं है, वो नहीं है, ढ़िकना नहीं, फलाना नहीं, अरे जो है सो वो। गुजरात में डायमंड की एक भी खदान नहीं है, लेकिन दुनिया में 10 में से 9 डायमंड वो है, जो किसी न किसी गुजराती का हाथ लगा हुआ होता है। मेरे कहने का तात्पर्य ये है कि सिर्फ संसाधन ही नहीं, सबसे बड़ा सामर्थ्य होता है- ह्यूमन रिसोर्स में, मानवीय सामर्थ्य में, जनशक्ति में और जिसको आपकी भाषा में लीडरशिप कहा जाता है।

21st सेंचुरी में तो ऐसे रिसोर्स की ज़रूरत है, जो इनोवेशन को लीड कर सकें, जो स्किल को चैनेलाइज कर सकें। आज हम देखते हैं कि हर क्षेत्र में स्किल का कितना बड़ा महत्व है। इसलिए जो लीडरशिप डेवलपमेंट का क्षेत्र है, उसे भी नई स्किल्स चाहिए। हमें बहुत साइंटिफिक तरीके से लीडरशिप डेवलपमेंट के इस काम को तेज गति से आगे बढ़ाना है। इस दिशा में सोल की, आपके संस्थान की बहुत बड़ी भूमिका है। मुझे ये जानकर अच्छा लगा कि आपने इसके लिए काम भी शुरु कर दिया है। विधिवत भले आज आपका ये पहला कार्यक्रम दिखता हो, मुझे बताया गया कि नेशनल एजुकेशन पॉलिसी के effective implementation के लिए, State Education Secretaries, State Project Directors और अन्य अधिकारियों के लिए वर्क-शॉप्स हुई हैं। गुजरात के चीफ मिनिस्टर ऑफिस के स्टाफ में लीडरशिप डेवलपमेंट के लिए चिंतन शिविर लगाया गया है। और मैं कह सकता हूं, ये तो अभी शुरुआत है। अभी तो सोल को दुनिया का सबसे बेहतरीन लीडरशिप डेवलपमेंट संस्थान बनते देखना है। और इसके लिए परिश्रम करके दिखाना भी है।

साथियों,

आज भारत एक ग्लोबल पावर हाउस के रूप में Emerge हो रहा है। ये Momentum, ये Speed और तेज हो, हर क्षेत्र में हो, इसके लिए हमें वर्ल्ड क्लास लीडर्स की, इंटरनेशनल लीडरशिप की जरूरत है। SOUL जैसे Leadership Institutions, इसमें Game Changer साबित हो सकते हैं। ऐसे International Institutions हमारी Choice ही नहीं, हमारी Necessity हैं। आज भारत को हर सेक्टर में Energetic Leaders की भी जरूरत है, जो Global Complexities का, Global Needs का Solution ढूंढ पाएं। जो Problems को Solve करते समय, देश के Interest को Global Stage पर सबसे आगे रखें। जिनकी अप्रोच ग्लोबल हो, लेकिन सोच का एक महत्वपूर्ण हिस्सा Local भी हो। हमें ऐसे Individuals तैयार करने होंगे, जो Indian Mind के साथ, International Mind-set को समझते हुए आगे बढ़ें। जो Strategic Decision Making, Crisis Management और Futuristic Thinking के लिए हर पल तैयार हों। अगर हमें International Markets में, Global Institutions में Compete करना है, तो हमें ऐसे Leaders चाहिए जो International Business Dynamics की समझ रखते हों। SOUL का काम यही है, आपकी स्केल बड़ी है, स्कोप बड़ा है, और आपसे उम्मीद भी उतनी ही ज्यादा हैं।

|

साथियों,

आप सभी को एक बात हमेशा- हमेशा उपयोगी होगी, आने वाले समय में Leadership सिर्फ Power तक सीमित नहीं होगी। Leadership के Roles में वही होगा, जिसमें Innovation और Impact की Capabilities हों। देश के Individuals को इस Need के हिसाब से Emerge होना पड़ेगा। SOUL इन Individuals में Critical Thinking, Risk Taking और Solution Driven Mindset develop करने वाला Institution होगा। आने वाले समय में, इस संस्थान से ऐसे लीडर्स निकलेंगे, जो Disruptive Changes के बीच काम करने को तैयार होंगे।

साथियों,

हमें ऐसे लीडर्स बनाने होंगे, जो ट्रेंड बनाने में नहीं, ट्रेंड सेट करने के लिए काम करने वाले हों। आने वाले समय में जब हम Diplomacy से Tech Innovation तक, एक नई लीडरशिप को आगे बढ़ाएंगे। तो इन सारे Sectors में भारत का Influence और impact, दोनों कई गुणा बढ़ेंगे। यानि एक तरह से भारत का पूरा विजन, पूरा फ्यूचर एक Strong Leadership Generation पर निर्भर होगा। इसलिए हमें Global Thinking और Local Upbringing के साथ आगे बढ़ना है। हमारी Governance को, हमारी Policy Making को हमने World Class बनाना होगा। ये तभी हो पाएगा, जब हमारे Policy Makers, Bureaucrats, Entrepreneurs, अपनी पॉलिसीज़ को Global Best Practices के साथ जोड़कर Frame कर पाएंगे। और इसमें सोल जैसे संस्थान की बहुत बड़ी भूमिका होगी।

साथियों,

मैंने पहले भी कहा कि अगर हमें विकसित भारत बनाना है, तो हमें हर क्षेत्र में तेज गति से आगे बढ़ना होगा। हमारे यहां शास्त्रों में कहा गया है-

यत् यत् आचरति श्रेष्ठः, तत् तत् एव इतरः जनः।।

यानि श्रेष्ठ मनुष्य जैसा आचरण करता है, सामान्य लोग उसे ही फॉलो करते हैं। इसलिए, ऐसी लीडरशिप ज़रूरी है, जो हर aspect में वैसी हो, जो भारत के नेशनल विजन को रिफ्लेक्ट करे, उसके हिसाब से conduct करे। फ्यूचर लीडरशिप में, विकसित भारत के निर्माण के लिए ज़रूरी स्टील और ज़रूरी स्पिरिट, दोनों पैदा करना है, SOUL का उद्देश्य वही होना चाहिए। उसके बाद जरूरी change और रिफॉर्म अपने आप आते रहेंगे।

|

साथियों,

ये स्टील और स्पिरिट, हमें पब्लिक पॉलिसी और सोशल सेक्टर्स में भी पैदा करनी है। हमें Deep-Tech, Space, Biotech, Renewable Energy जैसे अनेक Emerging Sectors के लिए लीडरशिप तैयार करनी है। Sports, Agriculture, Manufacturing और Social Service जैसे Conventional Sectors के लिए भी नेतृत्व बनाना है। हमें हर सेक्टर्स में excellence को aspire ही नहीं, अचीव भी करना है। इसलिए, भारत को ऐसे लीडर्स की जरूरत होगी, जो Global Excellence के नए Institutions को डेवलप करें। हमारा इतिहास तो ऐसे Institutions की Glorious Stories से भरा पड़ा है। हमें उस Spirit को revive करना है और ये मुश्किल भी नहीं है। दुनिया में ऐसे अनेक देशों के उदाहरण हैं, जिन्होंने ये करके दिखाया है। मैं समझता हूं, यहां इस हॉल में बैठे साथी और बाहर जो हमें सुन रहे हैं, देख रहे हैं, ऐसे लाखों-लाख साथी हैं, सब के सब सामर्थ्यवान हैं। ये इंस्टीट्यूट, आपके सपनों, आपके विजन की भी प्रयोगशाला होनी चाहिए। ताकि आज से 25-50 साल बाद की पीढ़ी आपको गर्व के साथ याद करें। आप आज जो ये नींव रख रहे हैं, उसका गौरवगान कर सके।

साथियों,

एक institute के रूप में आपके सामने करोड़ों भारतीयों का संकल्प और सपना, दोनों एकदम स्पष्ट होना चाहिए। आपके सामने वो सेक्टर्स और फैक्टर्स भी स्पष्ट होने चाहिए, जो हमारे लिए चैलेंज भी हैं और opportunity भी हैं। जब हम एक लक्ष्य के साथ आगे बढ़ते हैं, मिलकर प्रयास करते हैं, तो नतीजे भी अद्भुत मिलते हैं। The bond forged by a shared purpose is stronger than blood. ये माइंड्स को unite करता है, ये passion को fuel करता है और ये समय की कसौटी पर खरा उतरता है। जब Common goal बड़ा होता है, जब आपका purpose बड़ा होता है, ऐसे में leadership भी विकसित होती है, Team spirit भी विकसित होती है, लोग खुद को अपने Goals के लिए dedicate कर देते हैं। जब Common goal होता है, एक shared purpose होता है, तो हर individual की best capacity भी बाहर आती है। और इतना ही नहीं, वो बड़े संकल्प के अनुसार अपनी capabilities बढ़ाता भी है। और इस process में एक लीडर डेवलप होता है। उसमें जो क्षमता नहीं है, उसे वो acquire करने की कोशिश करता है, ताकि औऱ ऊपर पहुंच सकें।

साथियों,

जब shared purpose होता है तो team spirit की अभूतपूर्व भावना हमें गाइड करती है। जब सारे लोग एक shared purpose के co-traveller के तौर पर एक साथ चलते हैं, तो एक bonding विकसित होती है। ये team building का प्रोसेस भी leadership को जन्म देता है। हमारी आज़ादी की लड़ाई से बेहतर Shared purpose का क्या उदाहरण हो सकता है? हमारे freedom struggle से सिर्फ पॉलिटिक्स ही नहीं, दूसरे सेक्टर्स में भी लीडर्स बने। आज हमें आज़ादी के आंदोलन के उसी भाव को वापस जीना है। उसी से प्रेरणा लेते हुए, आगे बढ़ना है।

साथियों,

संस्कृत में एक बहुत ही सुंदर सुभाषित है:

अमन्त्रं अक्षरं नास्ति, नास्ति मूलं अनौषधम्। अयोग्यः पुरुषो नास्ति, योजकाः तत्र दुर्लभः।।

यानि ऐसा कोई शब्द नहीं, जिसमें मंत्र ना बन सके। ऐसी कोई जड़ी-बूटी नहीं, जिससे औषधि ना बन सके। कोई भी ऐसा व्यक्ति नहीं, जो अयोग्य हो। लेकिन सभी को जरूरत सिर्फ ऐसे योजनाकार की है, जो उनका सही जगह इस्तेमाल करे, उन्हें सही दिशा दे। SOUL का रोल भी उस योजनाकार का ही है। आपको भी शब्दों को मंत्र में बदलना है, जड़ी-बूटी को औषधि में बदलना है। यहां भी कई लीडर्स बैठे हैं। आपने लीडरशिप के ये गुर सीखे हैं, तराशे हैं। मैंने कहीं पढ़ा था- If you develop yourself, you can experience personal success. If you develop a team, your organization can experience growth. If you develop leaders, your organization can achieve explosive growth. इन तीन वाक्यों से हमें हमेशा याद रहेगा कि हमें करना क्या है, हमें contribute करना है।

|

साथियों,

आज देश में एक नई सामाजिक व्यवस्था बन रही है, जिसको वो युवा पीढी गढ़ रही है, जो 21वीं सदी में पैदा हुई है, जो बीते दशक में पैदा हुई है। ये सही मायने में विकसित भारत की पहली पीढ़ी होने जा रही है, अमृत पीढ़ी होने जा रही है। मुझे विश्वास है कि ये नया संस्थान, ऐसी इस अमृत पीढ़ी की लीडरशिप तैयार करने में एक बहुत ही महत्वपूर्ण भूमिका निभाएगा। एक बार फिर से आप सभी को मैं बहुत-बहुत शुभकामनाएं देता हूं।

भूटान के राजा का आज जन्मदिन होना, और हमारे यहां यह अवसर होना, ये अपने आप में बहुत ही सुखद संयोग है। और भूटान के प्रधानमंत्री जी का इतने महत्वपूर्ण दिवस में यहां आना और भूटान के राजा का उनको यहां भेजने में बहुत बड़ा रोल है, तो मैं उनका भी हृदय से बहुत-बहुत आभार व्यक्त करता हूं।

|

साथियों,

ये दो दिन, अगर मेरे पास समय होता तो मैं ये दो दिन यहीं रह जाता, क्योंकि मैं कुछ समय पहले विकसित भारत का एक कार्यक्रम था आप में से कई नौजवान थे उसमें, तो लगभग पूरा दिन यहां रहा था, सबसे मिला, गप्पे मार रहा था, मुझे बहुत कुछ सीखने को मिला, बहुत कुछ जानने को मिला, और आज तो मेरा सौभाग्य है, मैं देख रहा हूं कि फर्स्ट रो में सारे लीडर्स वो बैठे हैं जो अपने जीवन में सफलता की नई-नई ऊंचाइयां प्राप्त कर चुके हैं। ये आपके लिए बड़ा अवसर है, इन सबके साथ मिलना, बैठना, बातें करना। मुझे ये सौभाग्य नहीं मिलता है, क्योंकि मुझे जब ये मिलते हैं तब वो कुछ ना कुछ काम लेकर आते हैं। लेकिन आपको उनके अनुभवों से बहुत कुछ सीखने को मिलेगा, जानने को मिलेगा। ये स्वयं में, अपने-अपने क्षेत्र में, बड़े अचीवर्स हैं। और उन्होंने इतना समय आप लोगों के लिए दिया है, इसी में मन लगता है कि इस सोल नाम की इंस्टीट्यूशन का मैं एक बहुत उज्ज्वल भविष्य देख रहा हूं, जब ऐसे सफल लोग बीज बोते हैं तो वो वट वृक्ष भी सफलता की नई ऊंचाइयों को प्राप्त करने वाले लीडर्स को पैदा करके रहेगा, ये पूरे विश्वास के साथ मैं फिर एक बार इस समय देने वाले, सामर्थ्य बढ़ाने वाले, शक्ति देने वाले हर किसी का आभार व्यक्त करते हुए, मेरे नौजवानों के लिए मेरे बहुत सपने हैं, मेरी बहुत उम्मीदें हैं और मैं हर पल, मैं मेरे देश के नौजवानों के लिए कुछ ना कुछ करता रहूं, ये भाव मेरे भीतर हमेशा पड़ा रहता है, मौका ढूंढता रहता हूँ और आज फिर एक बार वो अवसर मिला है, मेरी तरफ से नौजवानों को बहुत-बहुत शुभकामनाएं।

बहुत-बहुत धन्यवाद।