প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ
"কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত মৰ্মাহত হৈছো। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঃ প্ৰধানমন্ত্ৰী @narendramodi"
Pained by the loss of lives due to a road accident in Kishtwar. My thoughts are with the bereaved families in this hour of sadness: PM @narendramodi
— PMO India (@PMOIndia) February 3, 2022