প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইক্ৰছফ্ট কৰ্পৰেশ্যনৰ অধ্যক্ষ আৰু চিইঅ’ সত্য নাডেলাৰে মিলিত হৈ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে এটি টেক-নেতৃত্বাধীন বিকাশৰ যুগৰ সূচনা কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
‘’আপোনাক @satyanadella লগ পাই আনন্দিত হৈছো। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিয়ে এটি টেক-নেতৃত্বাধীন বিকাশৰ যুগৰ সূচনা কৰিছে। গ্ৰহটোক ৰূপান্তৰিতকৰণৰ সম্ভাৱনাসম্পন্ন চিন্তাৰে আমাক যুৱক-যুৱতীসকল পৰিপূৰ্ণ।”
Glad to have met you @satyanadella. India's strides in technology and innovation are ushering in an era of tech-led growth. Our youth is filled with ideas which have the potential to transform the planet. https://t.co/aFqYM1QI6I
— Narendra Modi (@narendramodi) January 5, 2023