প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেস্থিত পোলেণ্ডৰ আগশাৰীৰ আই টি কোম্পানী বিলেনিয়াম প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া গাৱেল লোপিনস্কিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

 

|

বৈঠককালত প্ৰধানমন্ত্ৰীয়ে অনুকূল বিনিয়োগৰ এক সুস্থ পৰিৱেশ আৰু ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ দ্বাৰা পৰিচালিত ভাৰতৰ বিকাশৰ অনবদ্য যাত্ৰাৰ কাহিনীৰ ওপৰত আলোকপাত কৰে। তেওঁ নিজৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়ে সোধা-পোছা কৰি নতুন আৰু উদীয়মান প্ৰযুক্তি, এআই, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত-পোলেণ্ডৰ মাজত ব্যৱসায়িক সহযোগিতাৰ উল্লেখযোগ্য সুযোগৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত লোপিনস্কিক ইজ অৱ ডুইং বিজনেছ আৰু বিনিয়োগ অনুকূল পৰিৱেশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ আশ্বাস দিয়ে।

 

 

  • Rabindranath October 24, 2024

    BJP Jindabad
  • Rabindranath October 24, 2024

    3
  • Rabindranath October 24, 2024

    2
  • Rabindranath October 24, 2024

    1
  • Dhananjay Singha October 19, 2024

    🙏🙏🙏
  • Rampal Baisoya October 18, 2024

    🙏🙏
  • Harsh Ajmera October 14, 2024

    Love from hazaribagh 🙏🏻
  • Vivek Kumar Gupta October 07, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 07, 2024

    नमो ....................🙏🙏🙏🙏🙏
  • Lal Singh Chaudhary October 07, 2024

    झुकती है दुनिया झुकाने वाला चाहिए शेर ए हिन्दुस्तान मोदी जी को बहुत-बहुत बधाई एवं हार्दिक शुभकामनाएं 🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt

Media Coverage

Over 3.3 crore candidates trained under NSDC and PMKVY schemes in 10 years: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 জুলাই 2025
July 22, 2025

Citizens Appreciate Inclusive Development How PM Modi is Empowering Every Indian