প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিম্ফুত ভূটানৰ মহামহিম ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰে। পাৰোৰ পৰা থিম্ফুলৈ যাত্ৰাৰ সময়ত ভূটানৰ জনতাই প্ৰধানমন্ত্ৰীগৰাকীক জনোৱা উষ্ম আদৰণিৰ বাবে ভূটানৰ মহামহিম ৰজাক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ শক্তিশালী বান্ধোন গঢ়ি তোলাৰ ক্ষেত্ৰত ড্ৰুক গিয়ালপছে ধাৰাবাহিকভাৱে আগবঢ়োৱা অটল নিৰ্দেশনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

|

বৈঠকত দ্বিপাক্ষিক সহযোগিতাৰ সমগ্ৰ পৰিসৰ পুনৰীক্ষণ কৰাৰ সুযোগ প্ৰদান কৰা হয়। "ভূটানৰ বাবে ভাৰত আৰু ভাৰতৰ বাবে ভূটান"ৰ চিৰস্থায়ী বাস্তৱতাক স্বীকাৰ কৰি দুয়োগৰাকী নেতাই নিজৰ পৰিৱৰ্তনশীল অংশীদাৰিত্ব গভীৰ কৰাৰ পথসমূহৰ ওপৰত আলোচনা কৰে। তেওঁলোকে শক্তি, উন্নয়ন সহযোগিতা, যুৱ সবলীকৰণ, শিক্ষা, উদ্যোগীকৰণ, আৰু দক্ষতা বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ কৌশল অন্বেষণ কৰে। ইয়াৰ উপৰিও তেওঁলোকে গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ পৰিকাঠামোকে ধৰি সংযোগ আৰু বিনিয়োগৰ প্ৰস্তাৱৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

 

|

ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ এক বিশেষ বান্ধোন আছে, যিটো পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ দ্বাৰা চিহ্নিত।

 

  • ashutosh tripathi December 05, 2024

    🙏🏻🚩🚩🚩
  • Domanlal korsewada May 22, 2024

    BJP
  • Sudeep Singh Sengar May 10, 2024

    जय जय भारत जय जय भारत जय जय भारत
  • Sudeep Singh Sengar May 10, 2024

    जय जय भारत जय जय भारत जय जय भारत
  • Dr Swapna Verma May 04, 2024

    jai shree ram 🙏
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp May 01, 2024

    जय श्री राम
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp May 01, 2024

    जय श्री राम
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp May 01, 2024

    जय श्री राम
  • Chandrabhushan Mishra Sonbhadra April 24, 2024

    Jay Shri Ram
  • Chandrabhushan Mishra Sonbhadra April 24, 2024

    Jay Shri Ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod

Media Coverage

Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond