চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্ৰ ফিয়ালাই ভাইব্ৰেণ্ট গুজৰাট গ্লবেল ছামিট-২০২৪ত অংশগ্ৰহণ কৰিবলৈ ৯-১১ জানুৱাৰী২০২৪ত ভাৰত ভ্ৰমণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী ফিয়ালাক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বিশেষকৈ জ্ঞানপ্ৰযুক্তি আৰু বৈজ্ঞানিক খণ্ডসমূহত দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ উপায়ৰ বিষয়ে আলোচনা কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে বহু চেক কোম্পানীয়ে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত প্ৰতিৰক্ষাৰেলৱে আৰু বিমান পৰিবহণ খণ্ডত ভাৰতীয় নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰিছে। তেওঁ এই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ বৃদ্ধিৰ কাহিনী আৰু চেক গণৰাজ্যৰ শক্তিশালী ঔদ্যোগিক ভিত্তিয়ে একেলগে সিবিলাক বিশ্বৰ যোগান শৃংখলৰ বাবে দুটা আদৰ্শ অংশীদাৰ গঢ়ি তুলিছে।

দুয়োগৰাকী নেতাই ভাৰত-চেক দ্বিপাক্ষিক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ প্ৰাপ্তি হিচাপে উদ্ভাৱনক লৈ ভাৰত-চেক ৰণনীতিগত অংশীদাৰিত্বৰ ওপৰত যৌথ বিবৃতিকো আদৰণি জনায়। এই যৌথ বিবৃতিৰ লক্ষ্য হৈছে ষ্টাৰ্ট-আপ আৰু উদ্ভাৱনচাইবাৰ-নিৰাপত্তাডিজিটেল ডমেইনকৃত্ৰিম বুদ্ধিমত্তাপ্ৰতিৰক্ষাপাৰমাণৱিক শক্তি আৰু বৃত্তাকাৰ অৰ্থনীতিৰ দৰে ক্ষেত্ৰসমূহত দুয়োখন দেশৰ সহযোগিতামূলক বিশেষজ্ঞতাৰ সুযোগ লোৱা।

প্ৰধানমন্ত্ৰী শ্ৰী ফিয়ালাৰ জয়পুৰলৈ যোৱাৰ কাৰ্যক্ৰম আছে যত এনআইএমএছ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব।

 

  • Reena chaurasia September 02, 2024

    modi
  • Reena chaurasia September 02, 2024

    bjp
  • Jayanta Kumar Bhadra April 12, 2024

    my mom
  • Jayanta Kumar Bhadra April 12, 2024

    Maa namaste
  • Jayanta Kumar Bhadra April 12, 2024

    om Shanti
  • Jayanta Kumar Bhadra April 12, 2024

    om Hari
  • Jayanta Kumar Bhadra April 12, 2024

    om Shanti
  • Jayanta Kumar Bhadra April 12, 2024

    Jay Maa Tara
  • Jayanta Kumar Bhadra April 12, 2024

    Jai hind
  • Jayanta Kumar Bhadra April 12, 2024

    Jay Shree Ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod

Media Coverage

Rs 1,555 crore central aid for 5 states hit by calamities in 2024 gets government nod
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond