প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে মধ্যপ্ৰদেশ চৰকাৰৰ সু-প্ৰশাসন প্ৰচষ্টাৱলীৰ সন্দৰ্ভত আৰু কিদৰে তেওঁলোকৰ পৰিৱৰ্তনশীল আঁচনিসমূহে জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, সেই বিষয়ে আলোচনা কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @ChouhanShivrajজীৰে বৈঠকত মিলিত হও আৰু তেওঁৰ সৈতে মধ্যপ্ৰদেশ চৰকাৰৰ সু-প্ৰশাসনৰ প্ৰচেষ্টাৱলীৰ লগতে কিদৰে তেওঁলোকৰ পৰিৱৰ্তনশীল আঁচনিসমূহে জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে, সেই বিষয়ে আলোচনা কৰো৷”
Met MP CM Shri @ChouhanShivraj Ji, who discussed the good governance initiatives of the MP Government and how their transformative schemes are bringing a positive change in people’s lives. pic.twitter.com/o1q4WfRXTQ
— Narendra Modi (@narendramodi) April 23, 2022