Quoteভাৰতীয় সংস্কৃতিয়ে সমগ্ৰ বিশ্বতে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়: প্ৰধানমন্ত্ৰী

বেদান্ত আৰু গীতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে জোনাছ মাছেট্টিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিয়ে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীয়ে সংস্কৃতত ৰামায়ণৰ প্ৰদৰ্শন দেখি জোনাছ মাছেট্টি আৰু তেওঁৰ দলক সাক্ষাৎ কৰিছিল।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"জোনাছ মাছেট্টি আৰু তেওঁৰ দলক লগ পাইছিলোঁ। বেদন্ত আৰু গীতাৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে মই তেওঁৰ বিষয়ে এবাৰ #MannKiBaat কাৰ্যসূচীত উল্লেখ কৰিছিলোঁ। তেওঁৰ দলটোৱে সংস্কৃতত ৰামায়ণ কথা উপস্থাপন কৰিছিল। ভাৰতীয় সংস্কৃতিয়ে সমগ্ৰ বিশ্বতে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিতান্তই প্ৰশংসনীয়।"

 

 

  • Yash Wilankar January 29, 2025

    Namo 🙏
  • Vivek Kumar Gupta January 17, 2025

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta January 17, 2025

    नमो .........................🙏🙏🙏🙏🙏
  • கார்த்திக் January 01, 2025

    🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️ 🙏🏾Wishing All a very Happy New Year 🙏 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
  • Preetam Gupta Raja December 09, 2024

    जय श्री राम
  • JYOTI KUMAR SINGH December 08, 2024

    🙏
  • Gopal Singh Chauhan December 07, 2024

    jay shree ram
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️🕉️
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️
  • கார்த்திக் December 04, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌺 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌺🌺 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌺🌹
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data

Media Coverage

India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2025
March 23, 2025

Appreciation for PM Modi’s Effort in Driving Progressive Reforms towards Viksit Bharat