প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰে৷ দয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনাত মিলিত হয়৷
শ্ৰীমতী ডৰীন ব’গডান মাৰ্টিনৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“@ITUSecGen ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰি আনন্দিত হ’লো৷ আমি এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনা কৰিলো৷”
Glad to have met @ITUSecGen Doreen Bogdan-Martin. We had extensive discussions on leveraging digital technology for a better and sustainable planet. https://t.co/3WH5tlogYw
— Narendra Modi (@narendramodi) March 24, 2023