প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পল্লাডামত জাৰ্মান গায়িকা কেছাণ্ড্ৰা মে স্পিটমেন আৰু তেওঁৰ মাতৃক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত কেছাণ্ড্ৰা মে স্পিটমেনৰ কথা উল্লেখ কৰিছিল। তেওঁ বিশেষকৈ বহু ভাৰতীয় ভাষাত ভক্তিমূলক গীত গায়।
আজি তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সন্মুখত অচ্যুতম কেশৱম আৰু এটি তামিল গীত গায়।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই পোষ্ট কৰে:
"কেছাণ্ড্ৰা মে স্পিটমেনৰ ভাৰতৰ প্ৰতি থকা প্ৰেম অনুকৰণীয়, যিটো আমাৰ কথা-বতৰাত প্ৰত্যক্ষ কৰা হৈছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভকামনা।"
Die wohlklingende Stimme von Cassandra Mae Spittmann ist weithin bekannt. In Palladam habe Ich sie und ihre Mutter getroffen. Wir hatten ein wunderbares Gespräch über Cassmaes Liebe zur indischen Kultur, zur Musik und zum Essen. Der Höhepunkt natürlich war ihr Gesang von… pic.twitter.com/B0bqaDgYzF
— Narendra Modi (@narendramodi) February 27, 2024
Cassandra Mae Spittmann’s love for India is exemplary, as seen in our interaction. My best wishes for her future endeavours. pic.twitter.com/1MWvSXhRFW
— Narendra Modi (@narendramodi) February 27, 2024