প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী ড০ এইচ ভি হাণ্ডেক সাক্ষাৎ কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“চেন্নাইত অনুষ্ঠিত জনসভাত মোক আশীৰ্বাদ দিবলৈ আহিছিল সন্মানীয় ৰাষ্ট্ৰনেতা, বুদ্ধিজীৱী তথা তামিলনাডু চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড° এইচ ভি হাণ্ডে। তেওঁৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰি আৰু ক’লো যে আমি এখন বিকশিত ভাৰত নিৰ্মাণৰ কাম কৰি যাম।”
Dr. HV Hande, respected statesman, intellectual and former Minister in the Tamil Nadu Government came to bless me at the public meeting in Chennai. I am grateful to him and told him that we will keep working to build a Viksit Bharat. @DrHVHande1 pic.twitter.com/vjKNX0OEhK
— Narendra Modi (@narendramodi) March 4, 2024