প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীস্থিত নিজৰ বাসভৱনত ভাৰত ৰত্নৰে সন্মানিত কৰ্পুৰী ঠাকুৰৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"ভাৰত ৰত্নৰে সন্মানিত জননায়ক কৰ্পুৰী ঠাকুৰ জীৰ পৰিয়ালৰ সদস্যসকলক লগ পাই অত্যন্ত আনন্দিত। কৰ্পুৰী জী সমাজৰ পিছপৰা আৰু বঞ্চিত শ্ৰেণীসমূহৰ মসীহা হৈ আছে, যাৰ জীৱন আৰু আদৰ্শই দেশৱাসীক নিৰন্তৰ অনুপ্ৰাণিত কৰি থাকিব।"
भारत रत्न से सम्मानित जननायक कर्पूरी ठाकुर जी के परिजनों से मिलकर बहुत खुशी हुई। कर्पूरी जी समाज के पिछड़े और वंचित वर्गों के मसीहा रहे हैं, जिनका जीवन और आदर्श देशवासियों को निरंतर प्रेरित करता रहेगा। pic.twitter.com/Ihp7B08LXu
— Narendra Modi (@narendramodi) February 12, 2024