প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৩ জুলাইত ফ্ৰান্সৰ চেনেটৰ সভাপতি জেৰাৰ্ড লাৰ্চাৰক সাক্ষাৎ কৰে।
ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ ভেটি নীতি গঠন কৰি আমাৰ ভাগ-বতৰা কৰা মূল্যবোধ ‘গণতন্ত্ৰ, স্বাধীনতা আৰু সমতা’ৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।
এই আলোচনাত ভাৰতৰ জি-২০ৰ অগ্ৰাধিকাৰ, প্ৰযুক্তি ব্যৱহাৰৰ গণতান্ত্ৰিক মূল্যবোধ আৰু দুয়োটা উচ্চ সদনৰ সহযোগিতাকে ধৰি বিস্তৃত ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হয়।
Delighted to have met Mr. @gerard_larcher, President of the @Senat. Had productive exchanges on ways to deepen India-France cooperation across diverse sectors. pic.twitter.com/KFHWZ6c1Wj
— Narendra Modi (@narendramodi) July 13, 2023
Ravi d'avoir rencontré M. @gerard_larcher, Président du @Senat. Échanges productifs sur les moyens d'approfondir la coopération entre l'Inde et la France dans divers secteurs. pic.twitter.com/Kq34zr7AJt
— Narendra Modi (@narendramodi) July 13, 2023