Quoteমা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন
Quote৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
Quoteক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
Quote“মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হিচাপে পৰিগণিত হ’ব অসম”
Quote“আমাৰ তীৰ্থযাত্ৰা, মন্দিৰ আৰু বিশ্বাসৰ স্থানসমূহ আমাৰ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ অবিস্মৰণীয়প্ৰতীক”
Quote“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপনৰ সহজকৰিতোলা”
Quote“ঐতিহাসিক গুৰুত্বথকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব”
Quote“মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”
Quote“চৰকাৰে এইবাৰ আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে”
Quote“মোদীৰ সংকল্প এই যে দিনে নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”
Quoteগুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকাব্যয়সাপেক্ষএকাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

এইউপলক্ষেসভাত আগবঢ়োৱাভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈপাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

|

শেহতীয়াকৈ একাধিক তীৰ্থস্থান ভ্ৰমণৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ সন্মুখত উপস্থিত হৈ মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰকল্পটোৰ ধাৰণা আৰু পৰিসৰৰ ওপৰত আলোকপাতকৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে এইপ্ৰকল্পসম্পূৰ্ণ হোৱাৰ পাছত ভক্তসকলৰ বাবে সুগম আৰু আৰামদায়কযাত্ৰাৰ লগতে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰতো যথেষ্টসুবিধাহ’ব। “মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে অসম উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হৈ পৰিব” বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়েএইপ্ৰচেষ্টাৱলীৰবাবেৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে৷

ভাৰতীয় তীৰ্থস্থান আৰু মন্দিৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰেকয় যে এই স্থানসমূহে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সভ্যতাৰ এক অবিস্মৰণীয় প্ৰতীক, যিয়েভাৰতে সন্মুখীন হোৱা প্ৰতিটো সংকটৰ প্ৰতি কেনেদৰে ধৰি ৰাখিছে তাক প্ৰদৰ্শন কৰে। আগতে যিবোৰ সভ্যতাক সমৃদ্ধিশালী বুলি গণ্য কৰা হৈছিল, সেইবোৰ সভ্যতাএতিয়া কেনেকৈ ধ্বংসস্তূপত পৰিণতহৈছে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী মোদীয়েৰাজনৈতিক লাভালাভৰ বাবে নিজৰ সংস্কৃতি আৰু পৰিচয়ক লৈ লাজ পোৱাৰ ধাৰা আৰম্ভ কৰা আৰু ভাৰতৰ পবিত্ৰ স্থানৰ গুৰুত্ব বুজিব নোৱাৰাৰ বাবে স্বাধীনতাৰপাছৰ চৰকাৰসমূহৰ প্ৰতিদুখ প্ৰকাশ কৰে। তেওঁ কয় যে বিগত ১০ বছৰত ‘বিকাশ’ (উন্নয়ন) আৰু ‘বিৰাচত’ (ঐতিহ্য) দুয়োটাকে কেন্দ্ৰ কৰি নীতিৰ সহায়ত শুধৰোৱা হৈছে। অসমৰ জনসাধাৰণৰ বাবে এই নীতিসমূহৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থানসমূহক আধুনিক সা-সুবিধাৰ সৈতে সংযোগ কৰাৰ  ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো এই স্থানসমূহ সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণকৰা একপদক্ষেপ। আইআইটি আৰু আইআইএমৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে এইবোৰ কেৱল ডাঙৰ চহৰতহে স্থাপন কৰা হৈছিল। কিন্তু এতিয়া আই আই টি, আই আই এম আৰু এআইআইএমৰ এটা নেটৱৰ্ক দেশজুৰি সম্প্ৰসাৰিতহৈছে আৰু আগতে অসমত ৬খন  চিকিৎসা মহাবিদ্যালয়ৰ পৰাএতিয়াএইসংখ্যা ১২খনলৈ বৃদ্ধি পাইছে।তেওঁ লগতে দৃঢ়তাৰে কয় যেউত্তৰ-পূবৰ ৰাজ্যসমূহৰভিতৰতঅসমে ক্ৰমান্বয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

 

|

“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপন সহজকৰিতোলা”, বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়েমোদীয়েদৰিদ্ৰ লোকৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ, টেপৰ পানী সংযোগ, বিদ্যুৎ,  উজ্জ্বলা যোজনাৰঅধীনত ৰন্ধন গেছৰ সংযোগ আৰু স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণ কৰাবুলি।

প্ৰধানমন্ত্ৰী মোদীয়েঐতিহ্যৰ লগতে উন্নয়নৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াটোৱে ভাৰতৰ যুৱক-যুৱতীসকলক ব্যাপকভাৱে উপকৃত কৰিছে বুলি উল্লেখ কৰে৷ দেশত পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ প্ৰতি ক্ৰমবৰ্ধমান উৎসাহ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কাশী কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বাৰাণসীত ভক্তৰ অভিলেখ সৃষ্টি কৰাৰ বিষয়ে অৱগত কৰে।তেওঁজনায়,“যোৱা এবছৰত ৮.৫০ কোটি লোকে কাশী ভ্ৰমণ কৰিছে, ৫ কোটিতকৈ অধিক লোকে উজ্জয়িনীৰ মহাকাল লোক ভ্ৰমণ কৰিছেআৰু ১৯ লাখতকৈ অধিক ভক্তই কেদাৰধাম ভ্ৰমণ কৰিছে”৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিগত ১২ দিনত অযোধ্যাত ২৪ লাখৰো অধিক লোকেদৰ্শনকৰিছে৷ তেওঁ পুনৰ কয় যে মা কামাখ্যা দিব্য লোক পৰিযোজন সম্পূর্ণ হোৱাৰ পাছত ইয়াতো একেধৰণৰ দৃশ্য পৰিলক্ষিত হ’ব৷

 

|

তীৰ্থযাত্ৰী আৰু ভক্তৰ আগমনৰ লগে লগেৰিক্সা চালক, টেক্সি চালক, হোটেলৰ মালিক বা পদপথৰ বিক্ৰেতাৰ লগতে দৰিদ্ৰ লোকসকলৰ জীৱিকা উত্থান হয়বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰপ্ৰতিলক্ষ্যৰাখিএইবাৰৰ বাজেটত চৰকাৰে পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে।উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্মুখতথকা অসংখ্য সুযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,“ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে”। সেয়েহে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছেবুলিওপ্ৰধানমন্ত্ৰীয়ে কয়।

বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰকথাউল্লেখকৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে অঞ্চলটোৰ সৌন্দৰ্য্যশালী আছিল যদিও হিংসা আৰু সম্পদৰপ্ৰতিপূৰ্বৰ চৰকাৰসমূহে দেখুওৱা অৱহেলাৰ বাবে পৰ্যটকৰ সংখ্যা অত্যন্ত কম হৈয়েই আছিল৷ অঞ্চলটোৰ বিমান, ৰে’ল আৰু পথ সংযোগৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি তেওঁকয়যেপূৰ্বতে এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ কেইবাঘণ্টাৰ প্ৰয়োজনহৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ ডাবল ইঞ্জিন চৰকাৰক কৃতিত্ব দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে চৰকাৰে অঞ্চলটোৰ উন্নয়নমূলক ব্যয় ৪ গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ আগৰ আৰু পিছৰ অৱস্থাৰকথাতুলনাকৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইসময়ছোৱাতৰে’লপথ স্থাপনৰ দৈৰ্ঘ্য ১,৯০০ কিলোমিটাৰতকৈ অধিক বৃদ্ধি কৰা হৈছে, ৰে’ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু২০১৪ চনলৈকে ১০,০০০ কিলোমিটাৰৰবিপৰীতে যোৱা ১০ বছৰত ৬,০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ইটানগৰৰ সৈতে সংযোগ শক্তিশালী হ’ব।

 

|

“মোদীৰগেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”, দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু কৃষকক মৌলিক সা-সুবিধাৰ নিশ্চয়তা দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ সুবিধাসমূহ লৈ যোৱাৰ দায়িত্ব দিয়া ‘মোদীৰ গেৰাণ্টী বাহন’ৰ কথা উল্লেখ কৰে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰাত দেশজুৰি প্ৰায় ২০ কোটি লোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। অসমৰ বহু সংখ্যক লোকেও ইয়াৰ সুবিধা পাইছে”, তেওঁ লগতে কয়।

কেন্দ্ৰৰ দৃষ্টিভংগীৰ অংশীদাৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ সহজ-সৰলজীৱন-যাপন কৰাৰ কথা দৃঢ়তাৰেউল্লেখকৰি তেওঁ দাবী কৰে যে এই বছৰৰ বাজেট ঘোষণাতো তেওঁদিয়াপ্ৰতিশ্ৰুতিপ্ৰতিফলিত হৈছে। এইবাৰ চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ তেওঁ লগতে কয় যে আন্তঃগাঁথনিৰ বাবে এই ধৰণৰ ব্যয়ে অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰে আৰু উন্নয়নক গতি প্ৰদান কৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ বিগত ১০ বছৰত অসমৰ বাবে মুঠ আন্তঃগাঁথনি বাজেট ১২ লাখ কোটি টকা আছিল।

 

প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত প্ৰতিটো ঘৰলৈ বিদ্যুৎ যোগানৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা পুনৰদোঁহাৰে৷ তেওঁ ছাদৰ ওপৰত সৌৰ আঁচনি আৰম্ভ কৰাৰ লগে লগে এইবাৰৰ বাজেটত বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে য’ত চৰকাৰে এক কোটি পৰিয়ালক সৌৰ ছাদ স্থাপনৰ বাবে সহায় কৰিব। “ইয়াৰ লগে লগে তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ’ব আৰু সাধাৰণ পৰিয়ালে ঘৰতে বিদ্যুৎ উৎপাদন কৰি উপাৰ্জন কৰিবলৈ সক্ষম হ’ব”, তেওঁ লগতে কয়।

দেশত ২ কোটি লাখপতি দিদী গঢ়দিয়াৰ নিশ্চয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে যোৱা বছৰ এই সংখ্যা ১ কোটি হৈছিল আৰু এতিয়া এইবাৰৰ বাজেটত ৩ কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমৰ লাখ লাখ মহিলাও ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ কয়। তেওঁ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত সকলো মহিলাৰ বাবে নতুন সুযোগ আৰু অংগনৱাড়ী আৰু আশা কৰ্মীসকলক আয়ুষ্মান আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও উনুকিয়ায়৷

 

|

“মোদীৰ সংকল্প এই যে দিনে-নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”, বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মোদীৰ গেৰাণ্টীৰ ওপৰত বিশ্বাস আছে। তেওঁ অসমৰ এসময়ত অশান্তজৰ্জৰ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰা অঞ্চলসমূহত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত সীমা বিবাদৰ সমাধানৰ কথা উল্লেখ কৰে। “এইঅঞ্চলটোত ১০খনতকৈও অধিক বৃহৎ শান্তি চুক্তি স্বাক্ষৰিত হৈছে”, বুলিঅৱগত কৰি তেওঁকয় যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথ বাছি লৈছে। তেওঁ লগতে কয় যে ইয়াৰ ভিতৰত অসমৰ ৭ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বহু জিলাত আফস্পাপ্ৰত্যাহাৰৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে যিবোৰ অঞ্চল হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ অঞ্চল চৰকাৰৰ সহযোগত ৰাইজৰ আকাংক্ষা অনুসৰি আজি উন্নয়ন সাধনকৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য স্থাপনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূৰ্বৰ চৰকাৰসমূহৰ উদ্দেশ্যৰ অভাৱ আৰু কঠোৰ পৰিশ্ৰম কৰাত ব্যৰ্থ হোৱা বুলি দৃঢ়তাৰে কয়। উত্তৰ-পূব এছিয়াৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটি উত্তৰ আৰু পূব এছিয়াত সংযোগ সম্প্ৰসাৰিত হোৱাৰ সুবিধা হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে। দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ অধীনত ৰাজ্যখনৰ অসংখ্য পথ উন্নীতকৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব। এই সপোনক বাস্তৱত পৰিণত কৰাৰ দৃঢ়তা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে পূব এছিয়াৰ দৰে নিজৰ অঞ্চলৰ উন্নয়ন সাক্ষী হোৱাৰ আকাংক্ষাক প্ৰশংসা কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ নাগৰিকসকলৰ বাবে সুখী আৰু সমৃদ্ধিশালী জীৱনৰ লক্ষ্যই আজি চলি থকা সকলো উন্নয়নমূলক কামৰ আঁৰৰ মূল কাৰণ। ‘আমাৰলক্ষ্যহৈছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। আমাৰলক্ষ্য হৈছে ২০৪৭ৰ ভিতৰতবিকশিতভাৰতগঢ়িতোলা”, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম ভূমিকাৰ কথাদোঁহাৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰসামৰণি মাৰে।

 

এই উপলক্ষে সভাতঅসমৰ ৰাজ্যপাল শ্ৰী গুলাব চন্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাআৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্টব্যক্তিসকল উপস্থিত থাকে।

.

পটভূমি

তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। এপ্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া অন্যতম মূল প্ৰকল্পৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত অনুমোদিত মা কামাখ্যা দিব্য পৰিযোজন (মা কামাখ্যা প্ৰৱেশ কৰিডৰ) আছে৷ ইয়াৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ অধীনত দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলঙকে ধৰি ৪৩টা পথ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দুটা ফৰলেনিং প্ৰকল্প ক্ৰমে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ অংশ উদ্বোধন কৰে৷ এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

 

অঞ্চলটোৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক জাগ্ৰতকৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীতকৰণ উল্লেখযোগ্য৷

 

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে৷

 

 

Click here to read full text speech

  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • Pradhuman Singh Tomar April 06, 2024

    BJP
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Laying the digital path to a developed India

Media Coverage

Laying the digital path to a developed India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is driving global growth today: PM Modi at Republic Plenary Summit
March 06, 2025
QuoteIndia's achievements and successes have sparked a new wave of hope across the globe: PM
QuoteIndia is driving global growth today: PM
QuoteToday's India thinks big, sets ambitious targets and delivers remarkable results: PM
QuoteWe launched the SVAMITVA Scheme to grant property rights to rural households in India: PM
QuoteYouth is the X-Factor of today's India, where X stands for Experimentation, Excellence, and Expansion: PM
QuoteIn the past decade, we have transformed impact-less administration into impactful governance: PM
QuoteEarlier, construction of houses was government-driven, but we have transformed it into an owner-driven approach: PM

नमस्कार!

आप लोग सब थक गए होंगे, अर्णब की ऊंची आवाज से कान तो जरूर थक गए होंगे, बैठिये अर्णब, अभी चुनाव का मौसम नहीं है। सबसे पहले तो मैं रिपब्लिक टीवी को उसके इस अभिनव प्रयोग के लिए बहुत बधाई देता हूं। आप लोग युवाओं को ग्रासरूट लेवल पर इन्वॉल्व करके, इतना बड़ा कंपटीशन कराकर यहां लाए हैं। जब देश का युवा नेशनल डिस्कोर्स में इन्वॉल्व होता है, तो विचारों में नवीनता आती है, वो पूरे वातावरण में एक नई ऊर्जा भर देता है और यही ऊर्जा इस समय हम यहां महसूस भी कर रहे हैं। एक तरह से युवाओं के इन्वॉल्वमेंट से हम हर बंधन को तोड़ पाते हैं, सीमाओं के परे जा पाते हैं, फिर भी कोई भी लक्ष्य ऐसा नहीं रहता, जिसे पाया ना जा सके। कोई मंजिल ऐसी नहीं रहती जिस तक पहुंचा ना जा सके। रिपब्लिक टीवी ने इस समिट के लिए एक नए कॉन्सेप्ट पर काम किया है। मैं इस समिट की सफलता के लिए आप सभी को बहुत-बहुत बधाई देता हूं, आपका अभिनंदन करता हूं। अच्छा मेरा भी इसमें थोड़ा स्वार्थ है, एक तो मैं पिछले दिनों से लगा हूं, कि मुझे एक लाख नौजवानों को राजनीति में लाना है और वो एक लाख ऐसे, जो उनकी फैमिली में फर्स्ट टाइमर हो, तो एक प्रकार से ऐसे इवेंट मेरा जो यह मेरा मकसद है उसका ग्राउंड बना रहे हैं। दूसरा मेरा व्यक्तिगत लाभ है, व्यक्तिगत लाभ यह है कि 2029 में जो वोट करने जाएंगे उनको पता ही नहीं है कि 2014 के पहले अखबारों की हेडलाइन क्या हुआ करती थी, उसे पता नहीं है, 10-10, 12-12 लाख करोड़ के घोटाले होते थे, उसे पता नहीं है और वो जब 2029 में वोट करने जाएगा, तो उसके सामने कंपैरिजन के लिए कुछ नहीं होगा और इसलिए मुझे उस कसौटी से पार होना है और मुझे पक्का विश्वास है, यह जो ग्राउंड बन रहा है ना, वो उस काम को पक्का कर देगा।

साथियों,

आज पूरी दुनिया कह रही है कि ये भारत की सदी है, ये आपने नहीं सुना है। भारत की उपलब्धियों ने, भारत की सफलताओं ने पूरे विश्व में एक नई उम्मीद जगाई है। जिस भारत के बारे में कहा जाता था, ये खुद भी डूबेगा और हमें भी ले डूबेगा, वो भारत आज दुनिया की ग्रोथ को ड्राइव कर रहा है। मैं भारत के फ्यूचर की दिशा क्या है, ये हमें आज के हमारे काम और सिद्धियों से पता चलता है। आज़ादी के 65 साल बाद भी भारत दुनिया की ग्यारहवें नंबर की इकॉनॉमी था। बीते दशक में हम दुनिया की पांचवें नंबर की इकॉनॉमी बने, और अब उतनी ही तेजी से दुनिया की तीसरी सबसे बड़ी अर्थव्यवस्था बनने जा रहे हैं।

|

साथियों,

मैं आपको 18 साल पहले की भी बात याद दिलाता हूं। ये 18 साल का खास कारण है, क्योंकि जो लोग 18 साल की उम्र के हुए हैं, जो पहली बार वोटर बन रहे हैं, उनको 18 साल के पहले का पता नहीं है, इसलिए मैंने वो आंकड़ा लिया है। 18 साल पहले यानि 2007 में भारत की annual GDP, एक लाख करोड़ डॉलर तक पहुंची थी। यानि आसान शब्दों में कहें तो ये वो समय था, जब एक साल में भारत में एक लाख करोड़ डॉलर की इकॉनॉमिक एक्टिविटी होती थी। अब आज देखिए क्या हो रहा है? अब एक क्वार्टर में ही लगभग एक लाख करोड़ डॉलर की इकॉनॉमिक एक्टिविटी हो रही है। इसका क्या मतलब हुआ? 18 साल पहले के भारत में साल भर में जितनी इकॉनॉमिक एक्टिविटी हो रही थी, उतनी अब सिर्फ तीन महीने में होने लगी है। ये दिखाता है कि आज का भारत कितनी तेजी से आगे बढ़ रहा है। मैं आपको कुछ उदाहरण दूंगा, जो दिखाते हैं कि बीते एक दशक में कैसे बड़े बदलाव भी आए और नतीजे भी आए। बीते 10 सालों में, हम 25 करोड़ लोगों को गरीबी से बाहर निकालने में सफल हुए हैं। ये संख्या कई देशों की कुल जनसंख्या से भी ज्यादा है। आप वो दौर भी याद करिए, जब सरकार खुद स्वीकार करती थी, प्रधानमंत्री खुद कहते थे, कि एक रूपया भेजते थे, तो 15 पैसा गरीब तक पहुंचता था, वो 85 पैसा कौन पंजा खा जाता था और एक आज का दौर है। बीते दशक में गरीबों के खाते में, DBT के जरिए, Direct Benefit Transfer, DBT के जरिए 42 लाख करोड़ रुपए से ज्यादा ट्रांसफर किए गए हैं, 42 लाख करोड़ रुपए। अगर आप वो हिसाब लगा दें, रुपये में से 15 पैसे वाला, तो 42 लाख करोड़ का क्या हिसाब निकलेगा? साथियों, आज दिल्ली से एक रुपया निकलता है, तो 100 पैसे आखिरी जगह तक पहुंचते हैं।

साथियों,

10 साल पहले सोलर एनर्जी के मामले में भारत दुनिया में कहीं गिनती नहीं होती थी। लेकिन आज भारत सोलर एनर्जी कैपेसिटी के मामले में दुनिया के टॉप-5 countries में से है। हमने सोलर एनर्जी कैपेसिटी को 30 गुना बढ़ाया है। Solar module manufacturing में भी 30 गुना वृद्धि हुई है। 10 साल पहले तो हम होली की पिचकारी भी, बच्चों के खिलौने भी विदेशों से मंगाते थे। आज हमारे Toys Exports तीन गुना हो चुके हैं। 10 साल पहले तक हम अपनी सेना के लिए राइफल तक विदेशों से इंपोर्ट करते थे और बीते 10 वर्षों में हमारा डिफेंस एक्सपोर्ट 20 गुना बढ़ गया है।

|

साथियों,

इन 10 वर्षों में, हम दुनिया के दूसरे सबसे बड़े स्टील प्रोड्यूसर हैं, दुनिया के दूसरे सबसे बड़े मोबाइल फोन मैन्युफैक्चरर हैं और दुनिया का तीसरा सबसे बड़ा स्टार्टअप इकोसिस्टम बने हैं। इन्हीं 10 सालों में हमने इंफ्रास्ट्रक्चर पर अपने Capital Expenditure को, पांच गुना बढ़ाया है। देश में एयरपोर्ट्स की संख्या दोगुनी हो गई है। इन दस सालों में ही, देश में ऑपरेशनल एम्स की संख्या तीन गुना हो गई है। और इन्हीं 10 सालों में मेडिकल कॉलेजों और मेडिकल सीट्स की संख्या भी करीब-करीब दोगुनी हो गई है।

साथियों,

आज के भारत का मिजाज़ कुछ और ही है। आज का भारत बड़ा सोचता है, बड़े टार्गेट तय करता है और आज का भारत बड़े नतीजे लाकर के दिखाता है। और ये इसलिए हो रहा है, क्योंकि देश की सोच बदल गई है, भारत बड़ी Aspirations के साथ आगे बढ़ रहा है। पहले हमारी सोच ये बन गई थी, चलता है, होता है, अरे चलने दो यार, जो करेगा करेगा, अपन अपना चला लो। पहले सोच कितनी छोटी हो गई थी, मैं इसका एक उदाहरण देता हूं। एक समय था, अगर कहीं सूखा हो जाए, सूखाग्रस्त इलाका हो, तो लोग उस समय कांग्रेस का शासन हुआ करता था, तो मेमोरेंडम देते थे गांव के लोग और क्या मांग करते थे, कि साहब अकाल होता रहता है, तो इस समय अकाल के समय अकाल के राहत के काम रिलीफ के वर्क शुरू हो जाए, गड्ढे खोदेंगे, मिट्टी उठाएंगे, दूसरे गड्डे में भर देंगे, यही मांग किया करते थे लोग, कोई कहता था क्या मांग करता था, कि साहब मेरे इलाके में एक हैंड पंप लगवा दो ना, पानी के लिए हैंड पंप की मांग करते थे, कभी कभी सांसद क्या मांग करते थे, गैस सिलेंडर इसको जरा जल्दी देना, सांसद ये काम करते थे, उनको 25 कूपन मिला करती थी और उस 25 कूपन को पार्लियामेंट का मेंबर अपने पूरे क्षेत्र में गैस सिलेंडर के लिए oblige करने के लिए उपयोग करता था। एक साल में एक एमपी 25 सिलेंडर और यह सारा 2014 तक था। एमपी क्या मांग करते थे, साहब ये जो ट्रेन जा रही है ना, मेरे इलाके में एक स्टॉपेज दे देना, स्टॉपेज की मांग हो रही थी। यह सारी बातें मैं 2014 के पहले की कर रहा हूं, बहुत पुरानी नहीं कर रहा हूं। कांग्रेस ने देश के लोगों की Aspirations को कुचल दिया था। इसलिए देश के लोगों ने उम्मीद लगानी भी छोड़ दी थी, मान लिया था यार इनसे कुछ होना नहीं है, क्या कर रहा है।। लोग कहते थे कि भई ठीक है तुम इतना ही कर सकते हो तो इतना ही कर दो। और आज आप देखिए, हालात और सोच कितनी तेजी से बदल रही है। अब लोग जानते हैं कि कौन काम कर सकता है, कौन नतीजे ला सकता है, और यह सामान्य नागरिक नहीं, आप सदन के भाषण सुनोगे, तो विपक्ष भी यही भाषण करता है, मोदी जी ये क्यों नहीं कर रहे हो, इसका मतलब उनको लगता है कि यही करेगा।

|

साथियों,

आज जो एस्पिरेशन है, उसका प्रतिबिंब उनकी बातों में झलकता है, कहने का तरीका बदल गया , अब लोगों की डिमांड क्या आती है? लोग पहले स्टॉपेज मांगते थे, अब आकर के कहते जी, मेरे यहां भी तो एक वंदे भारत शुरू कर दो। अभी मैं कुछ समय पहले कुवैत गया था, तो मैं वहां लेबर कैंप में नॉर्मली मैं बाहर जाता हूं तो अपने देशवासी जहां काम करते हैं तो उनके पास जाने का प्रयास करता हूं। तो मैं वहां लेबर कॉलोनी में गया था, तो हमारे जो श्रमिक भाई बहन हैं, जो वहां कुवैत में काम करते हैं, उनसे कोई 10 साल से कोई 15 साल से काम, मैं उनसे बात कर रहा था, अब देखिए एक श्रमिक बिहार के गांव का जो 9 साल से कुवैत में काम कर रहा है, बीच-बीच में आता है, मैं जब उससे बातें कर रहा था, तो उसने कहा साहब मुझे एक सवाल पूछना है, मैंने कहा पूछिए, उसने कहा साहब मेरे गांव के पास डिस्ट्रिक्ट हेड क्वार्टर पर इंटरनेशनल एयरपोर्ट बना दीजिए ना, जी मैं इतना प्रसन्न हो गया, कि मेरे देश के बिहार के गांव का श्रमिक जो 9 साल से कुवैत में मजदूरी करता है, वह भी सोचता है, अब मेरे डिस्ट्रिक्ट में इंटरनेशनल एयरपोर्ट बनेगा। ये है, आज भारत के एक सामान्य नागरिक की एस्पिरेशन, जो विकसित भारत के लक्ष्य की ओर पूरे देश को ड्राइव कर रही है।

साथियों,

किसी भी समाज की, राष्ट्र की ताकत तभी बढ़ती है, जब उसके नागरिकों के सामने से बंदिशें हटती हैं, बाधाएं हटती हैं, रुकावटों की दीवारें गिरती है। तभी उस देश के नागरिकों का सामर्थ्य बढ़ता है, आसमान की ऊंचाई भी उनके लिए छोटी पड़ जाती है। इसलिए, हम निरंतर उन रुकावटों को हटा रहे हैं, जो पहले की सरकारों ने नागरिकों के सामने लगा रखी थी। अब मैं उदाहरण देता हूं स्पेस सेक्टर। स्पेस सेक्टर में पहले सबकुछ ISRO के ही जिम्मे था। ISRO ने निश्चित तौर पर शानदार काम किया, लेकिन स्पेस साइंस और आंत्रप्रन्योरशिप को लेकर देश में जो बाकी सामर्थ्य था, उसका उपयोग नहीं हो पा रहा था, सब कुछ इसरो में सिमट गया था। हमने हिम्मत करके स्पेस सेक्टर को युवा इनोवेटर्स के लिए खोल दिया। और जब मैंने निर्णय किया था, किसी अखबार की हेडलाइन नहीं बना था, क्योंकि समझ भी नहीं है। रिपब्लिक टीवी के दर्शकों को जानकर खुशी होगी, कि आज ढाई सौ से ज्यादा स्पेस स्टार्टअप्स देश में बन गए हैं, ये मेरे देश के युवाओं का कमाल है। यही स्टार्टअप्स आज, विक्रम-एस और अग्निबाण जैसे रॉकेट्स बना रहे हैं। ऐसे ही mapping के सेक्टर में हुआ, इतने बंधन थे, आप एक एटलस नहीं बना सकते थे, टेक्नॉलाजी बदल चुकी है। पहले अगर भारत में कोई मैप बनाना होता था, तो उसके लिए सरकारी दरवाजों पर सालों तक आपको चक्कर काटने पड़ते थे। हमने इस बंदिश को भी हटाया। आज Geo-spatial mapping से जुडा डेटा, नए स्टार्टअप्स का रास्ता बना रहा है।

|

साथियों,

न्यूक्लियर एनर्जी, न्यूक्लियर एनर्जी से जुड़े सेक्टर को भी पहले सरकारी कंट्रोल में रखा गया था। बंदिशें थीं, बंधन थे, दीवारें खड़ी कर दी गई थीं। अब इस साल के बजट में सरकार ने इसको भी प्राइवेट सेक्टर के लिए ओपन करने की घोषणा की है। और इससे 2047 तक 100 गीगावॉट न्यूक्लियर एनर्जी कैपेसिटी जोड़ने का रास्ता मजबूत हुआ है।

साथियों,

आप हैरान रह जाएंगे, कि हमारे गांवों में 100 लाख करोड़ रुपए, Hundred lakh crore rupees, उससे भी ज्यादा untapped आर्थिक सामर्थ्य पड़ा हुआ है। मैं आपके सामने फिर ये आंकड़ा दोहरा रहा हूं- 100 लाख करोड़ रुपए, ये छोटा आंकड़ा नहीं है, ये आर्थिक सामर्थ्य, गांव में जो घर होते हैं, उनके रूप में उपस्थित है। मैं आपको और आसान तरीके से समझाता हूं। अब जैसे यहां दिल्ली जैसे शहर में आपके घर 50 लाख, एक करोड़, 2 करोड़ के होते हैं, आपकी प्रॉपर्टी की वैल्यू पर आपको बैंक लोन भी मिल जाता है। अगर आपका दिल्ली में घर है, तो आप बैंक से करोड़ों रुपये का लोन ले सकते हैं। अब सवाल यह है, कि घर दिल्ली में थोड़े है, गांव में भी तो घर है, वहां भी तो घरों का मालिक है, वहां ऐसा क्यों नहीं होता? गांवों में घरों पर लोन इसलिए नहीं मिलता, क्योंकि भारत में गांव के घरों के लीगल डॉक्यूमेंट्स नहीं होते थे, प्रॉपर मैपिंग ही नहीं हो पाई थी। इसलिए गांव की इस ताकत का उचित लाभ देश को, देशवासियों को नहीं मिल पाया। और ये सिर्फ भारत की समस्या है ऐसा नहीं है, दुनिया के बड़े-बड़े देशों में लोगों के पास प्रॉपर्टी के राइट्स नहीं हैं। बड़ी-बड़ी अंतरराष्ट्रीय संस्थाएं कहती हैं, कि जो देश अपने यहां लोगों को प्रॉपर्टी राइट्स देता है, वहां की GDP में उछाल आ जाता है।

|

साथियों,

भारत में गांव के घरों के प्रॉपर्टी राइट्स देने के लिए हमने एक स्वामित्व स्कीम शुरु की। इसके लिए हम गांव-गांव में ड्रोन से सर्वे करा रहे हैं, गांव के एक-एक घर की मैपिंग करा रहे हैं। आज देशभर में गांव के घरों के प्रॉपर्टी कार्ड लोगों को दिए जा रहे हैं। दो करोड़ से अधिक प्रॉपर्टी कार्ड सरकार ने बांटे हैं और ये काम लगातार चल रहा है। प्रॉपर्टी कार्ड ना होने के कारण पहले गांवों में बहुत सारे विवाद भी होते थे, लोगों को अदालतों के चक्कर लगाने पड़ते थे, ये सब भी अब खत्म हुआ है। इन प्रॉपर्टी कार्ड्स पर अब गांव के लोगों को बैंकों से लोन मिल रहे हैं, इससे गांव के लोग अपना व्यवसाय शुरू कर रहे हैं, स्वरोजगार कर रहे हैं। अभी मैं एक दिन ये स्वामित्व योजना के तहत वीडियो कॉन्फ्रेंस पर उसके लाभार्थियों से बात कर रहा था, मुझे राजस्थान की एक बहन मिली, उसने कहा कि मैंने मेरा प्रॉपर्टी कार्ड मिलने के बाद मैंने 9 लाख रुपये का लोन लिया गांव में और बोली मैंने बिजनेस शुरू किया और मैं आधा लोन वापस कर चुकी हूं और अब मुझे पूरा लोन वापस करने में समय नहीं लगेगा और मुझे अधिक लोन की संभावना बन गई है कितना कॉन्फिडेंस लेवल है।

साथियों,

ये जितने भी उदाहरण मैंने दिए हैं, इनका सबसे बड़ा बेनिफिशरी मेरे देश का नौजवान है। वो यूथ, जो विकसित भारत का सबसे बड़ा स्टेकहोल्डर है। जो यूथ, आज के भारत का X-Factor है। इस X का अर्थ है, Experimentation Excellence और Expansion, Experimentation यानि हमारे युवाओं ने पुराने तौर तरीकों से आगे बढ़कर नए रास्ते बनाए हैं। Excellence यानी नौजवानों ने Global Benchmark सेट किए हैं। और Expansion यानी इनोवेशन को हमारे य़ुवाओं ने 140 करोड़ देशवासियों के लिए स्केल-अप किया है। हमारा यूथ, देश की बड़ी समस्याओं का समाधान दे सकता है, लेकिन इस सामर्थ्य का सदुपयोग भी पहले नहीं किया गया। हैकाथॉन के ज़रिए युवा, देश की समस्याओं का समाधान भी दे सकते हैं, इसको लेकर पहले सरकारों ने सोचा तक नहीं। आज हम हर वर्ष स्मार्ट इंडिया हैकाथॉन आयोजित करते हैं। अभी तक 10 लाख युवा इसका हिस्सा बन चुके हैं, सरकार की अनेकों मिनिस्ट्रीज और डिपार्टमेंट ने गवर्नेंस से जुड़े कई प्रॉब्लम और उनके सामने रखें, समस्याएं बताई कि भई बताइये आप खोजिये क्या सॉल्यूशन हो सकता है। हैकाथॉन में हमारे युवाओं ने लगभग ढाई हज़ार सोल्यूशन डेवलप करके देश को दिए हैं। मुझे खुशी है कि आपने भी हैकाथॉन के इस कल्चर को आगे बढ़ाया है। और जिन नौजवानों ने विजय प्राप्त की है, मैं उन नौजवानों को बधाई देता हूं और मुझे खुशी है कि मुझे उन नौजवानों से मिलने का मौका मिला।

|

साथियों,

बीते 10 वर्षों में देश ने एक new age governance को फील किया है। बीते दशक में हमने, impact less administration को Impactful Governance में बदला है। आप जब फील्ड में जाते हैं, तो अक्सर लोग कहते हैं, कि हमें फलां सरकारी स्कीम का बेनिफिट पहली बार मिला। ऐसा नहीं है कि वो सरकारी स्कीम्स पहले नहीं थीं। स्कीम्स पहले भी थीं, लेकिन इस लेवल की last mile delivery पहली बार सुनिश्चित हो रही है। आप अक्सर पीएम आवास स्कीम के बेनिफिशरीज़ के इंटरव्यूज़ चलाते हैं। पहले कागज़ पर गरीबों के मकान सेंक्शन होते थे। आज हम जमीन पर गरीबों के घर बनाते हैं। पहले मकान बनाने की पूरी प्रक्रिया, govt driven होती थी। कैसा मकान बनेगा, कौन सा सामान लगेगा, ये सरकार ही तय करती थी। हमने इसको owner driven बनाया। सरकार, लाभार्थी के अकाउंट में पैसा डालती है, बाकी कैसा घर बनेगा, ये लाभार्थी खुद डिसाइड करता है। और घर के डिजाइन के लिए भी हमने देशभर में कंपीटिशन किया, घरों के मॉडल सामने रखे, डिजाइन के लिए भी लोगों को जोड़ा, जनभागीदारी से चीज़ें तय कीं। इससे घरों की क्वालिटी भी अच्छी हुई है और घर तेज़ गति से कंप्लीट भी होने लगे हैं। पहले ईंट-पत्थर जोड़कर आधे-अधूरे मकान बनाकर दिए जाते थे, हमने गरीब को उसके सपनों का घर बनाकर दिया है। इन घरों में नल से जल आता है, उज्ज्वला योजना का गैस कनेक्शन होता है, सौभाग्य योजना का बिजली कनेक्शन होता है, हमने सिर्फ चार दीवारें खड़ी नहीं कीं है, हमने उन घरों में ज़िंदगी खड़ी की है।

साथियों,

किसी भी देश के विकास के लिए बहुत जरूरी पक्ष है उस देश की सुरक्षा, नेशनल सिक्योरिटी। बीते दशक में हमने सिक्योरिटी पर भी बहुत अधिक काम किया है। आप याद करिए, पहले टीवी पर अक्सर, सीरियल बम ब्लास्ट की ब्रेकिंग न्यूज चला करती थी, स्लीपर सेल्स के नेटवर्क पर स्पेशल प्रोग्राम हुआ करते थे। आज ये सब, टीवी स्क्रीन और भारत की ज़मीन दोनों जगह से गायब हो चुका है। वरना पहले आप ट्रेन में जाते थे, हवाई अड्डे पर जाते थे, लावारिस कोई बैग पड़ा है तो छूना मत ऐसी सूचनाएं आती थी, आज वो जो 18-20 साल के नौजवान हैं, उन्होंने वो सूचना सुनी नहीं होगी। आज देश में नक्सलवाद भी अंतिम सांसें गिन रहा है। पहले जहां सौ से अधिक जिले, नक्सलवाद की चपेट में थे, आज ये दो दर्जन से भी कम जिलों में ही सीमित रह गया है। ये तभी संभव हुआ, जब हमने nation first की भावना से काम किया। हमने इन क्षेत्रों में Governance को Grassroot Level तक पहुंचाया। देखते ही देखते इन जिलों मे हज़ारों किलोमीटर लंबी सड़कें बनीं, स्कूल-अस्पताल बने, 4G मोबाइल नेटवर्क पहुंचा और परिणाम आज देश देख रहा है।

साथियों,

सरकार के निर्णायक फैसलों से आज नक्सलवाद जंगल से तो साफ हो रहा है, लेकिन अब वो Urban सेंटर्स में पैर पसार रहा है। Urban नक्सलियों ने अपना जाल इतनी तेज़ी से फैलाया है कि जो राजनीतिक दल, अर्बन नक्सल के विरोधी थे, जिनकी विचारधारा कभी गांधी जी से प्रेरित थी, जो भारत की ज़ड़ों से जुड़ी थी, ऐसे राजनीतिक दलों में आज Urban नक्सल पैठ जमा चुके हैं। आज वहां Urban नक्सलियों की आवाज, उनकी ही भाषा सुनाई देती है। इसी से हम समझ सकते हैं कि इनकी जड़ें कितनी गहरी हैं। हमें याद रखना है कि Urban नक्सली, भारत के विकास और हमारी विरासत, इन दोनों के घोर विरोधी हैं। वैसे अर्नब ने भी Urban नक्सलियों को एक्सपोज करने का जिम्मा उठाया हुआ है। विकसित भारत के लिए विकास भी ज़रूरी है और विरासत को मज़बूत करना भी आवश्यक है। और इसलिए हमें Urban नक्सलियों से सावधान रहना है।

साथियों,

आज का भारत, हर चुनौती से टकराते हुए नई ऊंचाइयों को छू रहा है। मुझे भरोसा है कि रिपब्लिक टीवी नेटवर्क के आप सभी लोग हमेशा नेशन फर्स्ट के भाव से पत्रकारिता को नया आयाम देते रहेंगे। आप विकसित भारत की एस्पिरेशन को अपनी पत्रकारिता से catalyse करते रहें, इसी विश्वास के साथ, आप सभी का बहुत-बहुत आभार, बहुत-बहुत शुभकामनाएं।

धन्यवाद!