প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে বিকশিত ভাৰত ৰাষ্ট্ৰদূত সমূদায়ক প্ৰশংসা কৰে৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ এটা টুইটাৰ পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে মই #ViksitBharatAmbassador সমূদায়ক প্ৰশংসা কৰিছোঁ৷ আমাৰ নাৰী শক্তিৰ সক্ৰিয় অংশগ্ৰহণে অনস্বীকাৰ্যভাৱে এখন উন্নত আৰু সৱল ভাৰত লাভৰ দিশত আমাৰ যাত্ৰা ত্বৰান্বিত কৰিব৷”
I laud the #ViksitBharatAmbassador community for their determination and commitment towards nation building. The active participation of our Nari Shakti will undeniably accelerate our journey towards achieving a developed and empowered India. #ViksitBharatKiViksitNari https://t.co/fLpZTqvLyc
— Narendra Modi (@narendramodi) March 8, 2024