প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুটিকৰিণ বন্দৰত বৃক্ষৰোপন কাৰ্যক্ৰমৰ প্ৰশংসা কৰে। ২০২২ চনত, টুটিকৰিণ বন্দৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে ১০ হাজাৰ গছপুলি ৰুইছিল, যিবোৰ এতিয়া বৃক্ষত পৰিণত হৈছে আৰু অনাগত প্ৰজন্মৰ বাবে লাভজনক হিচাপে পৰিগণিত হ'ব।
পিএছডব্লিউ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"পৰিৱেশ সুৰক্ষাৰ দিশত এই সৎ আৰু দূৰদৰ্শী প্ৰয়াসৰ বাবে @vocpa_tuticorinক বহুত বহুত অভিনন্দন।"
पर्यावरण सुरक्षा की दिशा में इस नेक और दूरदर्शी प्रयास के लिए @vocpa_tuticorin को बहुत-बहुत बधाई। https://t.co/QLFmlfMvxV
— Narendra Modi (@narendramodi) April 23, 2023
சுற்றுச்சூழல் பாதுகாப்பை நோக்கிய உன்னதமான மற்றும் தொலைநோக்குடன் கூடிய முயற்சிக்கு @vocpa_tuticorin க்கு நல்வாழ்த்துகள். https://t.co/QLFmlfMvxV
— Narendra Modi (@narendramodi) April 23, 2023