প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীতাপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজেশ ভাৰ্মাই স্বচ্ছতা সম্পৰ্কে সজাগতা বিয়পোৱাৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
সীতাপুৰৰ সাংসদৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“মই নিশ্চিত যে ইয়াৰ দ্বাৰা মানুহৰ মাজত চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ সজাগতা বৃদ্ধি পাব। ইয়াৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবেও তেওঁলোক অনুপ্ৰাণিত হ’ব।”
मुझे विश्वास है कि इससे अपने परिवेश को स्वच्छ रखने के लिए लोगों के बीच जागरूकता बढ़ेगी। इसके साथ ही वे स्वच्छता से जुड़े प्रयासों के लिए प्रेरित होंगे। https://t.co/kWJZffUz80
— Narendra Modi (@narendramodi) February 22, 2023