প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জল সংৰক্ষণৰ দিশত কুৰুক্ষেত্ৰ হাৰিয়ানাৰ বান ভিলেজৰ বাসিন্দা অংকুৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
কুৰুক্ষেত্ৰৰ সাংসদ শ্ৰী নয়াব চাইনীৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"মহান পদক্ষেপ! পানী সংৰক্ষণৰ দিশত কুৰুক্ষেত্ৰৰ আমাৰ অংকুৰজীৰ এই প্ৰচেষ্টা সকলোৰে বাবে এক উদাহৰণস্বৰূপ। "
बेहतरीन पहल! जल संरक्षण की दिशा में कुरुक्षेत्र के हमारे अंकुर जी का यह प्रयास हर किसी के लिए एक मिसाल है। https://t.co/VnorB0j2QK
— Narendra Modi (@narendramodi) April 24, 2023