প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় ৰে’লৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত বিশ্বৰ বৃহত্তম ৰে’ল সেতু, চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রশংসা কৰে।
টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “দেশৰ জনসাধাৰণৰ ক্ষমতা আৰু বিশ্বাসে আজি বিশ্ববাসীৰ সন্মুখত উদাহৰণ হিচাপে ধৰা দিছে। এই নির্মাণকাৰ্য কেৱল অত্যাধুনিক ইঞ্জিনিয়াৰিং আৰু প্রযুক্তিৰ ক্ষেত্রত ভাৰতৰ ক্রমৱর্ধমান ক্ষমতাৰ নিদর্শনেই নহয়, বৰঞ্চ এয়া ‘সংকল্পৰ পৰা সিদ্ধি লাভ’ৰ ভাৱনাৰ ক্ষেত্ৰত দেশৰ পৰিৱর্তিত কর্ম সংস্কৃতিৰো উদাহৰণ।
देश के जन-जन का सामर्थ्य और विश्वास आज दुनिया के सामने एक मिसाल पेश कर रहा है। यह निर्माण कार्य न केवल अत्याधुनिक इंजीनियरिंग और टेक्नोलॉजी के क्षेत्र में भारत की बढ़ती ताकत को प्रदर्शित करता है, बल्कि संकल्प से सिद्धि की देश की बदली हुई कार्य संस्कृति का भी उदाहरण है। https://t.co/Hup2RByHYM
— Narendra Modi (@narendramodi) April 5, 2021