প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰ ডিভিজন, ৰায়পুৰ ডিভিজন, চম্বলপুৰ ডিভিজন, নাগপুৰ ডিভিজন আৰু ভলটেয়াৰ ডিভিজনত ৰে'লৱেৰ ১০০% বৈদ্যুতিকৰণৰ প্ৰশংসা কৰে।
ৰে'লমন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে - "ৰে'ল খণ্ডৰ বিকাশ অব্যাহত আছে! ছট্টিশগড়ৰ বাবে ভাল খবৰ। "
The Railways sector continues to surge ahead! Great news for Chhattisgarh. https://t.co/WZFJT9cH2P
— Narendra Modi (@narendramodi) March 25, 2023