প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জবলপুৰত পানী সংৰক্ষণৰ স্থানীয় প্ৰচেষ্টাৰ প্ৰশংসা কৰে আৰু জবলপুৰত প্ৰাচীন কুৱা পুনৰুজ্জীৱিতকৰণৰ বাবে নাগৰিকসকলৰ শলাগ লয়৷
লোকসভাৰ সাংসদ শ্ৰী ৰাকেশ সিঙৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ
“অতি প্ৰশংসনীয় প্ৰয়াস! পানী সংৰক্ষণৰ বাবে জবলপুৰত জন অংশীদাৰিত্বত এই মনোভাৱে প্ৰতিজন ব্যক্তিক প্ৰেৰণা যোগাব৷”
बहुत ही सराहनीय प्रयास! जल संरक्षण के लिए जबलपुर में जनभागीदारी की यह भावना हर किसी को प्रेरित करने वाली है। https://t.co/vhaPoekQEf
— Narendra Modi (@narendramodi) June 2, 2023