পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ-ব্যৱস্থাৰ এয়া এক গুৰুত্বপূৰ্ণ সংশোধন, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু অধিক আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে।
‘মাইগভইণ্ডিয়া’ৰ এক টুইট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়;
“#5YearsofGST ক আমি এক গুৰুত্বপূৰ্ণ কৰ-সংশোধন বুলি চিহ্নিত কৰিছো, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে”।
We mark #5YearsofGST, a major tax reform that furthered ‘Ease of Doing Business’ and fulfilled the vision of ‘One Nation, One Tax.’ https://t.co/fL3kJbz4ty
— Narendra Modi (@narendramodi) July 1, 2022