প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯০ ছেকেণ্ডত আঙুৰৰ আকাৰৰ ভ্ৰূণ আৰু হৃদযন্ত্ৰৰ ওপৰত সফলতাৰে বিৰল প্ৰক্ৰিয়া সম্পাদন কৰাৰ পিছত ভাৰতীয় চিকিৎসকসকলৰ নিপুণতা আৰু উদ্ভাৱনক প্ৰশংসা কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱ্যৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতৰ চিকিৎসকসকলৰ নিপুণতা আৰু উদ্ভাৱনৰ বাবে গৌৰৱান্বিত।"
Proud of India’s doctors for their dexterity and innovation. https://t.co/Rud6hMY7OG
— Narendra Modi (@narendramodi) March 15, 2023