প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইগভইণ্ডিয়া-ৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এলানি পোষ্ট শ্বেয়াৰ কৰি বেংকিং খণ্ডৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত ‘ৰাজহুৱা খণ্ডৰ বেংক’(পিএছইউ) সমূহৰ অৱদানৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"বেংকিং খণ্ডত কেনেদৰে ৰূপান্তৰ সাধিত হৈছে আৰু ‘পিএছইউ বেঙ্ক’সমূহে ইয়াক কেনেদৰে শক্তি প্ৰদান কৰিছে তাৰ অন্তৰ্দৃষ্টিপূৰ্ণ তথ্য।"
Insightful data on how there has been a transformation in the banking sector and how PSU banks are powering it. https://t.co/8pEgo6WZxh
— Narendra Modi (@narendramodi) June 19, 2024