প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত চৰকাৰী চাকৰিৰ বাবে কৰ্মচাৰী বাছনি আয়োগ মাল্টি টাস্কিং ষ্টাফ (এছএছচি এমটিএছ) পৰীক্ষা আৰু চিএইচএছএলই পৰীক্ষা আয়োজন কৰাৰ পদক্ষেপৰ প্ৰশংসা কৰিছে।
শ্ৰী মোদীয়ে এটা টুইটত কৈছে:
"আঞ্চলিক ভাষাৰ দিশত আমাৰ জোৰ আৰু আমাৰ যুৱক-যুৱতীক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ এক ব্যাপক কেনভাচ দিয়াটো পূৰ্ণোদ্যমে অব্যাহত আছে।"
Our emphasis towards regional languages and giving our youth a wider canvas to fulfil their dreams continues with full vigour. https://t.co/Bq69IFUFwW
— Narendra Modi (@narendramodi) April 19, 2023