প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ পৰীক্ষাৰ বাবে সাজু হোৱাশিক্ষাৰ্থী তথা তেওঁলোকৰঅভিভাৱক আৰু শিক্ষকসকলক চলিত বৰ্ষৰ পৰীক্ষ পে চৰ্চাৰ বাবেনিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
"পৰীক্ষা পে চৰ্চাক আৰু অধিক স্মৰণীয় কৰি তুলিছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শসমূহে। আপোনালোক সকলোকে, বিশেষকৈ #ExamWarriors, অভিভাৱক আৰু শিক্ষকসকলক এইবাৰৰ পৰীক্ষা পে চৰ্চাৰ বাবে নিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আমন্ত্ৰণ জনাইছো।#PPC2023 innovateindia.mygov.in/ppc-2023/ "
Pariksha Pe Charcha is made even more memorable by the extensive inputs received from people across all walks of life. I invite you all, particularly the #ExamWarriors, parents and teachers to share their inputs for this year's interaction. #PPC2023 https://t.co/sX6JVWvYUo https://t.co/Huo522eZV4
— Narendra Modi (@narendramodi) January 5, 2023