Quote'ভূমিকম্পৰ পাছত ভাৰতৰ ত্বৰিত প্ৰতিক্ৰিয়াই সমগ্ৰ পৃথিৱীৰ মনোযোগ আকৰ্ষিত কৰে। ই আমাৰ উদ্ধাৰ আৰু সাহায্য দলৰ প্ৰস্তুতিক প্ৰতিপন্ন কৰিছে'
Quote'ভাৰতে নিজৰ আত্মনিৰ্ভৰতাৰ লগতে নিজৰ নিস্বাৰ্থতাৰো প্ৰদৰ্শন কৰিছে'
Quote'পৃথিৱীত য'তেই কিবা দুৰ্যোগ হয়, ভাৰতে সবাতোকৈ আগত প্ৰতিক্ৰিয়া কৰোতা হিচাপে সাজু থাকে'
Quote'আমি য'তেই 'ত্ৰিৰংগ' লৈ গৈ পাওঁ, তাত এটা আশ্বাস পাই যায় যে এতিয়া ভাৰতৰ টীম আহি গ'ল, পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব'
Quote'এনডিআৰএফে দেশৰ মানুহৰ মাজত এটা অত্যন্ত ভাল ভাৱমূৰ্তি গঢ়িছে। দেশৰ জনসাধাৰণে আপোনালোকৰ ওপৰত ভৰষা কৰে'
Quote'আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ উদ্ধাৰ আৰু সাহায্য দল হিচাপে নিজৰ পৰিচয় শক্তিশালী কৰিব লাগিব। আমাৰ প্ৰস্তুতি যিমানেই ভাল হ'ব, আমি পৃথিৱীৰো সিমানেই উন্নত উপায়েৰে সেৱা কৰিব পাৰিম'

প্ৰধানমন্ত্ৰীয়ে আজি ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে।

কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ৰ জৰিয়তে কৰা চমকপ্ৰদ কাৰ্যৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বসুধৈৱ কুটুম্বকমৰ অৱধাৰণাৰ বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰে। পিএমে কয় যে তুৰ্কিয়ে আৰু ছিৰিয়াত ভাৰতীয় দলে আমাৰ বাবে 'সমগ্ৰ পৃথিৱী এটা পৰিয়াল', এই ভাবনা প্ৰকট কৰিলে।

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত শীঘ্ৰেই প্ৰতিক্ৰিয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে 'গোল্ডেন আৱাৰ'ৰ উল্লেখ কৰে। তেওঁ কয় যে তুৰ্কিয়েত এনডিআৰএফৰ টীম যিমান সোনকালে তাত উপস্থিত হ'ল, ই সমগ্ৰ পৃথিৱীৰ মনোযোগ আকৰ্ষণ কৰিছে। তেওঁ কয় যে ই দলৰ প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ দক্ষতাক প্ৰতিপন্ন কৰে।

Quote

পিএমে এগৰাকী মাতৃৰ আলোকচিত্ৰৰ চৰ্চা কৰে, যি টীমৰ সদস্যসকলক মুৰত চুমা খাই আশীৰ্বাদ দি আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰভাৱিত ঠাইসমূহৰ পৰা উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ আলোকচিত্ৰ দেখাৰ পাছত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অতুলনীয় বৃত্তিমূলক অনুভূতিৰ সমান্তৰালকৈ মানৱীয় সহমৰ্মিতাৰ যি সমাৱেশ কৰা হ'ল, সেয়া অতুলনীয়। তেওঁ কয় যে ই তেতিয়াই আৰু অধিক মহত্বপূৰ্ণ হৈ পৰে যেতিয়া ব্যক্তিয়ে নিজৰ সৰ্বস্ব হেৰুৱাই পেলায় আৰু আশংকাৰ পৰা মুক্ত হোৱাৰ চেষ্টা চলাই থাকে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনেকুৱা সময়ত সেনাৰ হাস্পতাল আৰু আমাৰ কৰ্মীসকলে যি সহমৰ্মিতাৰে কাম কৰিলে, সেয়াও প্ৰশংসনীয়।

গুজৰাটত ২০০১ত অহা ভূমিকম্পৰ পাছত স্বয়ংসেৱক হিচাপে নিজৰ সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ভগ্নস্তুপ আঁতৰোৱা আৰু তাৰ তলত সোমাই থকা মানুহ বিচৰাৰ কামত অহা বিপদৰ ৰেখাপাত কৰে। তেওঁ কয় যে কেনেকৈ সমগ্ৰ চিকিৎসা ব্যৱস্থা ধ্বংস হৈ গৈছিল কিয়নো ভুজত হাস্পতালেই ধ্বংস হৈ গৈছিল। প্ৰধানমন্ত্ৰীয়ে ১৯৭৯ত মচ্ছু বান্ধ ট্ৰাষ্ডিৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "সেই দুৰ্যোগত নিজৰ অনুভৱ স্মৰণ কৰি মই আপোনালোকৰ কঠোৰ পৰিশ্ৰম, উদ্দীপনা আৰু ভাবনাৰ প্ৰশংসা কৰিছো। আজি, মই আপোনালোক সকলোকে ছেলুট কৰিছো।'

|

তেওঁ কয় যে যেতিয়া কোনোবাই নিজৰ সহায় নিজে কৰিব পাৰে, তেতিয়াই তেওঁক আত্মনিৰ্ভৰ বুলি ক'ব পাৰি, কিন্তু যেতিয়া কোনোবাই আনৰ সহায় কৰিবলৈ সক্ষম হয় তেতিয়াই তেওঁ নিস্বাৰ্থ হয়। তেওঁ কয় যে এই কথা কেৱল ব্যক্তিৰ ওপৰতে নহয়, ৰাষ্ট্ৰৰ ওপৰতো খাতে। সেয়ে ভাৰতে যোৱা বছৰবোৰত আত্মনিৰ্ভৰতাৰ সমান্তৰালকৈ নিস্বাৰ্থ দেশৰ পৰিচয়ো শক্তিশালী কৰিছে। ইউক্ৰেইনত ত্ৰিৰংগৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'ত্ৰিৰংগ লৈ আমি য'তেই গৈ পাওঁ, তাত এটা আশ্বাস পাই যায় যে এতিয়া ভাৰতৰ টীম আহি গ'ল, পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব।' প্ৰধানমন্ত্ৰীয়ে স্থানীয় মানুহৰ মাজত ত্ৰিৰংগই পোৱা সন্মানৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে কেনেকৈ অপাৰেশ্যন গংগাৰ সময়ত ইউক্ৰেইনত ভাৰতীয় নাগৰিকৰ লগতে আন দেশৰ নাগৰিকৰ বাবেও ত্ৰিৰংগ ঢাল হৈ পৰিছিল। এনেকৈ, অপাৰেশ্যন দৈৱ শক্তিত আফগানিস্তানৰ পৰাও বহুত বিপৰীত পৰিস্থিতিত আমি আপোনজনক নিৰাপদে ওভতাই আনিলো। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সংকল্পবদ্ধতাকে কৰোনা বিশ্বজনীন মহামাৰীৰ সময়তো দেখা গ'ল। অনিশ্চয়তাৰে ভৰা পৰিস্থিতিত ভাৰতে এজন-এজন নাগৰিকক স্বদেশলৈ অনাৰ দায়িত্ব ল'লে আৰু অভাবী দেশক ঔষধ আৰু ভেকচিন যোগান ধৰিলে।

|

প্ৰধানমন্ত্ৰীয়ে 'অপাৰেশ্যন দোস্ত'ৰ মাধ্যমত মানৱতাৰ প্ৰতি ভাৰতৰ সংকল্পবদ্ধতাৰ ৰেখাপাত কৰে। তেওঁ কয়, 'যেতিয়া তুৰ্কিয়ে আৰু ছিৰিয়াত ভূমিকম্প আহে তেতিয়া ভাৰতে সবাতোকৈ আগত সহায় লৈ উপস্থিত হোৱাসকলৰ অন্যতম আছিল।' তেওঁ নেপালত ভূমিকম্প, মালদ্বীপ আৰু শ্ৰীলংকাত সংকটৰ উদাহৰণ দিয়ে আৰু কয় যে ভাৰত সবাতোকৈ প্ৰথমে সহায় লৈ আগবাঢ়ি আহিল। তেওঁ কয় যে এতিয়া তো ভাৰতৰ সেনাৰ সমান্তৰালকৈ এনডিআৰএফৰ ওপৰতো দেশৰ উপৰি অন্য দেশৰ ভৰষা বাঢ়ি আছে। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে যে যোৱা বছৰবোৰত এনডিআৰএফে দেশৰ জনসাধাৰণৰ মাজত এটা অত্যন্ত ভাল ভাৱমূৰ্তি গঢ়িছে। তেওঁ কয়, 'দেশৰ মানুহে এনডিআৰএফৰ ওপৰত বিশ্বাস কৰে।' তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে যেতিয়াই এনডিআৰএফৰ টীম গৈ পায় তেতিয়াই মানুহৰ আশা আৰু বিশ্বাস উভতি আহে, এয়া নিজে নিজেই এটা বহুত ডাঙৰ প্ৰাপ্তি।

|

দুৰ্যোগৰ সময়ত সাহায্য আৰু উদ্ধাৰৰ ভাৰতৰ ক্ষমতাক শক্তিশালী কৰাৰ প্ৰয়োজনৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, 'আমি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাহায্য আৰু উদ্ধাৰ দলৰ নিজৰ পৰিচয় শক্তিশালী কৰিব লাগিব। আমাৰ নিজৰ প্ৰস্তুতি যিমানেই ভাল হ'ব, আমি পৃথিৱীৰো সিমানেই উন্নত উপায়েৰে সেৱা কৰিব পাৰিম।' সম্বোধনৰ শেষত প্ৰধানমন্ত্ৰীয়ে এনডিআৰএফ দলৰ প্ৰয়াস আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰে। তেওঁ কয় যে যদিও তেওঁলোকে তাত উদ্ধাৰ অভিযান চলাই আছিল কিন্তু তেওঁলোকে যোৱা ১০ দিনৰ পৰা অহৰহ মন আৰু মগজুৰে তেওঁৰ সৈতে সংযুক্ত হৈ আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Jitendra Kumar March 30, 2025

    🙏🇮🇳❤️
  • Arun Guptaa Modi Ka Pariwar Beohari (484774) March 29, 2025

    नमो नमो 🙏
  • Mahendra singh Solanki Loksabha Sansad Dewas Shajapur mp November 30, 2023

    नमो नमो नमो नमो नमो नमो नमो नमो
  • Aishwariya Rawat March 05, 2023

    jai hind
  • CHANDRA KUMAR February 25, 2023

    बीजेपी और लोकसभा चुनाव 2024 वर्ष 2023 में 7 राज्यों में विधानसभा चुनाव होनेवाला है। बीजेपी को चुनाव में जीत सुनिश्चित करने के लिए कुछ विशेष कार्य करना चाहिए : 1. सबसे पहले शोर मचाइए, बीजेपी भारतीय नौजवानों को रोजगार देने के लिए जोर लगा दिया है। अब सभी युवाओं को रोजगार मिलेगा। 2. यूपीएससी और एसएससी में हाल ही में सरकारी पदों पर नियुक्ति हेतु परीक्षा के लिए ऑनलाइन एप्लीकेशन जमा लिया गया। आपको क्या लगता है, देश के सभी नागरिक को यह बात मालूम हुआ, की बीजेपी सरकार में भी नियुक्ति परीक्षा जारी है। थोड़ा सा विवाद पैदा कीजिए, यूपीएससी परीक्षा में आवेदन की तिथि बढ़ा दीजिए और 50 पद बढ़ा दीजिए। अंग्रेजी भाषा, सिर्फ इस वर्ष के लिए पूरी तरह से हटा दीजिए। फिर देखिए, पूरे देश को मालूम हो जायेगा की बीजेपी रोजगार दे रही है। एसएससी की नियुक्ति हेतु आवेदन की तिथि बढ़ा दीजिए, उम्र सीमा में छूट बढ़ा दीजिए, सामान्य जाति के युवाओं के लिए भी। इससे सामान्य जाति का युवा बीजेपी को वोट देगा। बाकी जाति के युवा को इससे नाराजगी भी नहीं होगी। 2. सभी विपक्षी दलों का कहना है, बीजेपी सरकारी कंपनी का निजीकरण करके पैसा कमा रही है। बीजेपी पूरा देश बेच देगा। अब बीजेपी को इस निजीकरण, देश बेचो कैंपेन को बंद करने के लिए, 100 सरकारी कंपनी बनाने का घोषणा कर देना चाहिए। 3. नई 100 सरकारी कंपनी का शिलान्यास, उन जिलों में करना चाहिए, जहां थोड़ा सा प्रयास करने मात्र से ही विधानसभा और लोकसभा सीट पर जीत मिल जाए। और आसपास के जिले के युवा को रोजगार मिलेगा तो आसपास के जिले में भी बीजेपी का मत प्रतिशत बढ़ेगा। 4. नई सरकारी कंपनी में नियुक्ति का कार्य सेंट्रल स्टाफ सिलेक्शन कमीशन को दे दिया जाए। 5. इस नई सरकारी कंपनी को अलग अलग क्षेत्र जैसे कृषि, बागवानी आदि में पोस्ट प्रोडक्शन क्वालिटी एन्हांसमेंट पर कार्य करके, सबसे अच्छा कृषि उत्पाद विकसित देशों के बाजारों तक पहुंचाने का कार्य करे। 6. इस नई सौ सरकारी कंपनी में निर्यात को बढ़ावा देने वाला उद्योग से जोड़ा जाए और नए उद्योग स्थापित किया जाए। 7. बीजेपी को चाहिए की नई सरकारी कंपनी बनाकर, रोजगार और बाजार को गतिशीलता प्रदान करके, भारतीय अर्थव्यवस्था को गति प्रदान करे। अंग्रेज केवल टैक्स लेकर भारतीय अर्थव्यवस्था को जोंक की तरह चूस लिया। अब केवल टैक्स नहीं लिया जाए। बल्कि भारत सरकार को अर्थव्यवस्था में सक्रियता पूर्वक भागीदारी निभाया जाए और चीन की तरह निर्यात केंद्रित उत्पाद बनाकर मुद्रा भंडार बढ़ाया जाए। 8. सीधे सब्सिडी देने में पैसा खर्च करने से अर्थव्यवस्था में डाला गया पैसा, विदेशी माल खरीदने में चला जाता है। इससे भारतीय अर्थव्यवस्था को ज्यादा लाभ नहीं होता है। अतः अब सभी प्रकार की सेवा, शुल्क सहित कर दिया जाए, लोकसभा चुनाव 2024 में जीत मिलने के बाद। 9. अभी तो बीजेपी को 100 नई सरकारी कंपनी खोलकर अधिक से अधिक संख्या में कम ग्रेड पे जैसे 1,2,3 पर नियुक्ति किया जाए। किस पद पर रोजगार दिए, यह मायने नहीं रखता है, कितना रोजगार दिए यह मायने रखता है। इसीलिए तो नीतीश कुमार ने बिहार में कम वेतन पर ज्यादा शिक्षक को नियुक्त कर रखा है, और लगातार चुनाव जीत रहा है। 10. माहौल बदलिए , चुनाव जीतिए।
  • THENNARASU February 24, 2023

    JAI HIND BJP4INDIA
  • SRS SwayamSewak RSS February 24, 2023

    शुक्रवार 17/02/2023 को वुमैन सेल फेस आठ मोहाली से बुड्ढे को फोन आया कि सोनिका और गिन्नी ने आपके खिलाफ शिकायत की है। वैसे तो शिकायत पुरानी है लेकिन हमारे पास अभी आयी है। क्या आपका मामला सुलट गया है? बुड्ढे ने उन्हें बताया कि मामला नहीं सुलटा बल्कि और उलझ गया है। बुड्ढे ने उनको बोला कि मैं आपसे सोमवार 20/02/2023 को मिलकर विस्तार से बताउँगा। बूढा सोमवार को वुमैन सेल फेस आठ मोहाली गया। वहाँ शिकायतकर्ता सोनिका भी आयी हुई थी। वुमैन सेल में दोनों ने अपनी अपनी व्यथा बताई। बुड्ढे (उम्र 67 साल) ने वुमैन सेल को बताया कि उसने अपने उस मकान के लिए (जो उसने अपनी सेवानिवृत्ति के उपरांत मिले पैसों से खरीदा) कोर्ट में टाइटल सूट फाइल किया हुआ है जिस पर सोनिका कब्जा करके बैठी हैं। और सोनिका (उम्र इकसठ साल) ने बताया कि उसने कोर्ट में डीवी एक्ट में केस फाइल किया हुआ हैं। बुड्ढे ने उन्हें बताया कि उसके केस की डेट एक मार्च है। सोनिका ने बताया कि उसका केस बाईस फरवरी को लगा है। दोनों ने अपनी उपस्थिति दर्ज करवायी और वापस आ गये। 🌚 गौरतलब यह है कि इन दोनों के बच्चे उच्च शिक्षित हैं। बेटा एम ए एल एल बी पंजाब हरियाणा हाईकोर्ट में अधिवक्ता है और बेटी दिल्ली के जे एन यू से पी एच डी है। दोनों बच्चों ने मिलकर अपने माँ बाप की वृद्धावस्था नारकीय कर दी है। 🌚 मैनें कहा कि तेरे को कुछ मैं भी बता दूँ।
  • Tribhuwan Kumar Tiwari February 23, 2023

    वंदेमातरम
  • Umakant Mishra February 22, 2023

    Jay Shri ram
  • Amit Singh Rajput February 22, 2023

    क्या क्या मांगू मां शारदा से आपके लिए आ दत है सब कुछ है आपके पास जब तक जब तक राज करो
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Farm sector clocks robust growth in FY25 on record foodgrain harvest

Media Coverage

Farm sector clocks robust growth in FY25 on record foodgrain harvest
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets the family members of Shubham Dwivedi
May 30, 2025

Prime Minister, Shri Narendra Modi, today, met with the family members of Shubham Dwivedi, at Kanpur, who lost his life in the terrorist attack in Pahalgam. "They expressed gratitude to our valiant army for Operation Sindoor against terrorism", Shri Modi stated.

The Prime Minister posted on X :

"पहलगाम के कायराना आतंकी हमले में जान गंवाने वाले हमारे कानपुर के बेटे शुभम द्विवेदी के परिजनों से आज मुलाकात हुई। उन्होंने आतंक के खिलाफ ऑपरेशन सिंदूर के लिए हमारी पराक्रमी सेना का आभार जताया। उनका ये जज्बा देशवासियों को प्रेरित करने वाला है।"