প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত পেৰিছ অলিম্পিক ২০২৪লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিলে;
“অলিম্পিকৰ বাবে পেৰিছলৈ যোৱা আমাৰ দলটোৰ সৈতে মত বিনিময় কৰিলোঁ। মোৰ বিশ্বাস আমাৰ খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠখিনি দিব আৰু ভাৰতক গৌৰৱান্বিত কৰিব। তেওঁলোকৰ জীৱন যাত্ৰা আৰু সফলতাই ১৪০ কোটি ভাৰতীয়ক আশাৰ সঞ্চাৰ কৰে।”
সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক
Interacted with our contingent heading to Paris for the @Olympics. I am confident our athletes will give their best and make India proud. Their life journeys and success give hope to 140 crore Indians. pic.twitter.com/OOoipJpfUb
— Narendra Modi (@narendramodi) July 4, 2024