প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্য্যকৰ্তাসকলৰ মাজৰ এজনক অধিকসংখ্যক মহিলাক আত্ম-সহায়ক গোটসমূহৰ সৈতে সংযুক্ত কৰিবলৈ আৰু তেওঁলোকক ডিজিটেল পৰিশোধৰে জড়িত কৰাবলৈ আহ্বান জনায়
কাশীৰ কাৰ্য্যকৰ্তাসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰী মোদীৰঃ বুথত এটা ক্ষুদ্ৰ বৰঙণি শিবিৰ চলাওঁহক... জনতাৰে সংযোগ স্থাপন, ধন সংগ্ৰহ নহয়
প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ এপৰ কমল পুষ্প শীৰ্ষক শিতানত বৰঙণি যোগাবলৈ জনতাক আহ্বান জনাইছে য'ত দলৰ একাংশ অনুপ্ৰেৰণাদায়ক সদস্য আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাৰাণসীৰ বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰে এক অডিঅ' মত-বিনিময়ত প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নৰ অৰ্থে বিজেপিৰ অংগীকাৰৰ কথা দোহাৰে। কাৰ্য্যকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰি তেখেতে কাশী বিশ্বনাথ কৰিডৰৰ পুনৰুদ্ধাৰ, মহিলা সবলীকৰণ, আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন আদিকে ধৰি কেইবাটাও প্ৰসংগৰ ওপৰত আলোচনা কৰে।

এজন কাৰ্য্যকৰ্তাৰে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কৃষকসকলৰ বাবে চৰকাৰখনৰ কল্যাণমূলক আঁচনিসমূহৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁলোকে কৃষকসকলক ৰাসায়নিক পদাৰ্থ-মুক্ত সাৰৰ ব্যৱহাৰ সম্পৰ্কে সজাগ কৰা উচিত।" লগতে, প্ৰধানমন্ত্ৰী মোদীয়ে কাশীৰ জনসাধাৰণক বহুলাংশে লাভান্বিত কৰা কেইবাখনো কেন্দ্ৰীয় আঁচনি সন্দৰ্ভত কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ এপৰ কমল পুষ্প শীৰ্ষক শিতানত বৰঙণি যোগাবলৈ জনতাক আহ্বান জনাইছে য'ত দলৰ একাংশ অনুপ্ৰেৰণাদায়ক সদস্য আছে। তেখেতে কয়, "নমো এপটোত 'কমল পুষ্প' নামেৰে এটি অতিশয় আকৰ্ষণীয় শিতান আছে যিয়ে আপোনাসৱক দলৰ অনুপ্ৰেৰণাদায়ক কাৰ্য্যকৰ্তাসকলৰ সম্পৰ্কে জনা আৰু শ্বেয়াৰ কৰিবলৈ সুযোগ আগবঢ়াইছে।" লগতে, তেখেতে বিজেপিৰ বিশেষ ক্ষুদ্ৰ-বৰঙণি অভিযানটো সম্পৰ্কে কৈ ইয়াৰ সদস্য আৰু অন্যান্যসকলৰপৰা সামান্য বৰঙণিৰ জৰিয়তে পুঁজি বৃদ্ধিৰ কামনা কৰে।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Mutual fund industry on a high, asset surges Rs 17 trillion in 2024

Media Coverage

Mutual fund industry on a high, asset surges Rs 17 trillion in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Andhra Pradesh meets Prime Minister
December 25, 2024

Chief Minister of Andhra Pradesh, Shri N Chandrababu Naidu met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister's Office posted on X:

"Chief Minister of Andhra Pradesh, Shri @ncbn, met Prime Minister @narendramodi

@AndhraPradeshCM"